Перейти к содержимому

ভকুৱা মাছ পানীলাও তিলৰ সৈতে 🔥😍 | Bhakuwa Fish with Bottle Gourd & Sesame | Assamese Style

Sangita'r Pakghor

0:00 / 0:00

ভকুৱা মাছ পানীলাও তিলৰ সৈতে 🔥😍 | Bhakuwa Fish with Bottle Gourd & Sesame | Assamese Style

3 673 просмотра · 8 дней назад
Sangita'r Pakghor
747 подписчиков
3 673 просмотра · 8 дней назад
🐟🔥 ভকুৱা মাছ পানীলাও তিলৰ সৈতে 😍 | Bhakuwa Fish with Bottle Gourd & Sesame | Assamese Style Recipe নমস্কাৰ 🙏 Sangita'r Pakghor লৈ আপোনালোকক স্বাগতম ❤️ আজিৰ ভিডিঅ'টোত মই বনাইছোঁ একেবাৰে ঘৰুৱা ধৰণৰ ভকুৱা মাছ পানীলাও তিলৰ সৈতে 🐟🥒✨। পানীলাও আৰু তিলৰ সৈতে ভকুৱা মাছৰ এই অনন্য সংমিশ্ৰণটো খাবলৈ অতি সোৱাদযুক্ত আৰু সুগন্ধিও বৰ ধুনীয়া। 😋🔥 কম মছলা আৰু সহজ পদ্ধতিৰে বনাব পৰা এই Bhakuwa Fish with Bottle Gourd & Sesame ৰেচিপিটো ভাতৰ সৈতে খাবলৈ একদম perfect! 🍚😍 👉 ভিডিঅ'টো ভাল লাগিলে Like 👍 | Share ↗️ | Comment 💬 কৰিবলৈ নাপাহৰিব। 👉 এনেধৰণৰ সহজ, সোৱাদযুক্ত আৰু ঘৰুৱা ৰেচিপিৰ বাবে Sangita'r Pakghor Subscribe 🔔 কৰি লগত থাকিব। 🐟 Recipe: Bhakuwa Fish with Bottle Gourd & Sesame 🥒 Main Ingredients: Bhakuwa Fish, Bottle Gourd & Sesame 🍚 Best With: Steamed Rice ❤️ Style: Assamese Homemade Style ধন্যবাদ ❤️ Sangita'r Pakghor ঘৰুৱা সোৱাদৰ সহজ ৰেচিপি 🍲 #BhakuwaFish #BhakuwaFishRecipe #BottleGourdRecipe #SesameRecipe #AssameseRecipe #AssameseFood #AssameseStyle #FishRecipe #FishCurry #AssameseFishCurry #HealthyRecipe #HomemadeRecipe #SangitasPakghor #ভকুৱামাছ #পানীলাও #তিলৰেচিপি #অসমীয়াৰেচিপি