অৱশেষত আন্দোলনত নামিল সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ
Pratidin Time
0:00 / 0:00
অৱশেষত আন্দোলনত নামিল সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ
1 257 просмотров · 5 ч назад
Pratidin Time
2,67 млн подписчиков
1 257 просмотров · 5 ч назад
দীৰ্ঘদিনিয়া সমস্যাৰ সমাধানৰ পথ নেদেখি অৱশেষত আন্দোলনত নামিল সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ। আজি ৰাজ্যৰ প্ৰত্যেকখন জিলাৰ জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে শিক্ষকসকলে। সমস্যা শীঘ্ৰে সমাধান নকৰিলে ১৬ নৱেম্বৰত সমগ্ৰ শিক্ষাৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদী শিক্ষক সমাজে।
#Pratidintime #teachers #protest