Перейти к содержимому

USTM বিতৰ্ক || GROUND-ZERO REPORT || Aboyob Bhuyan || Satya

Satya - The Truth India

0:00 / 0:00

USTM বিতৰ্ক || GROUND-ZERO REPORT || Aboyob Bhuyan || Satya

176 189 просмотров · 2 года назад
Satya - The Truth India
962 тыс. подписчиков
176 189 просмотров · 2 года назад
কৃত্ৰিম বানপানীত মহানগৰী ডুবি থকা সময়তেই USTM ক লৈ সৃষ্টি হোৱা বিতৰ্কই বিভিন্ন বিষয়ৰ ফালে আঙুলিয়াইছে। মুখ্যমন্ত্ৰীয়ে আখ্যা দিয়া Flood জেহাদৰ পৰা, USTM য়ে পাহাৰ টকলা কৰা, USTM ৰ গেটত থকা মুছলমানৰ মীনাৰ আৰু PA Sangma আন্তৰ্জাতিক মেডিকেল কলেজ চিকিৎসালয়লৈ সকলোখিনিয়েই কথা আজি আমাক জনালে USTM ৰ উপাচাৰ্য মাহবুবুল হকে আমাৰ এই GROUND REPORT ত! এই Report টিত তেওঁ নিজেই আমাৰ সৈতে থাকি USTM ৰ চৌপাশ পৰিদৰ্শন কৰাইছিল আমাক। USTM ৰ ভিতৰৰ পৰা সকলোখিনি স্পষ্ট আৰু নিৰপেক্ষভাৱে আমি আপোলোকলৈ লৈ আহিছো এই Report। আমি এক মাধ্যমহে মাথোঁ ! Report টিক কেইবাটাও অধ্যায়ত ভাগ কৰা হৈছে। ***** #AssameseNews #AssameseNewsToday #Exclusive #USTM #GroundReport #GroundZeroReport #AssamFloods #TheTruthIndia #Satya