সন্তানৰ জন্মদিন কেনেদৰে পালন কৰা উচিত🎂? অমল শইকীয়া ভাগৱত ব্যাখ্যা | Assamese Bhagawat Path | Bhagwat
কল্পবৃক্ষ | Bhagawat Path & Assamese Cultural
0:00 / 0:00
সন্তানৰ জন্মদিন কেনেদৰে পালন কৰা উচিত🎂? অমল শইকীয়া ভাগৱত ব্যাখ্যা | Assamese Bhagawat Path | Bhagwat
557 просмотров · 12 часов назад
কল্পবৃক্ষ | Bhagawat Path & Assamese Cultural
8,25 тыс. подписчиков
557 просмотров · 12 часов назад
সন্তানৰ জন্মদিন কেনেদৰে পালন কৰা উচিত?🎂
🙏জন্মদিন কেৱল আনন্দ-উল্লাসৰ দিন নহয়, সন্তানৰ জীৱনত সৎ চিন্তা, সংস্কাৰ আৰু আধ্যাত্মিক মূল্যবোধ গঢ়ি তোলাৰো এক সুন্দৰ সুযোগ। সন্তানৰ জন্মদিন কেনেদৰে পালন কৰিলে তেওঁলোকৰ জীৱনত ভাল সংস্কাৰ আৰু ঈশ্বৰভক্তিৰ বীজ ৰোপণ কৰিব পাৰি—এই গুৰুত্বপূৰ্ণ বিষয়টো সুন্দৰভাৱে ব্যাখ্যা কৰিছে অমল শইকীয়াই।
ভিডিঅ’টো সম্পূৰ্ণকৈ চাওক আৰু আপোনাৰ মতামত Commentত জনাব। 🙏
🔔 এনে ধৰণৰ ভাগৱত ব্যাখ্যা আৰু আধ্যাত্মিক জ্ঞানৰ ভিডিঅ’ৰ বাবে Channelটো Subscribe কৰি Bell Icon 🔔 টো অন কৰি ৰাখক।
#ভাগৱতব্যাখ্যা #সন্তান #জন্মদিন #অমলশইকীয়া #আধ্যাত্মিকজ্ঞান #ভক্তি #শ্ৰীকৃষ্ণ #BhagwatKatha