দুৰ্গা পূজা কৰা উচিত নে? | ভাগৱতৰ পৰা জানক উত্তৰ | ভাগৱত ব্যাখ্যা | মাধুৰ্য্য বৰা বাপ | Bhagawat
Incredible Assam
0:00 / 0:00
দুৰ্গা পূজা কৰা উচিত নে? | ভাগৱতৰ পৰা জানক উত্তৰ | ভাগৱত ব্যাখ্যা | মাধুৰ্য্য বৰা বাপ | Bhagawat
4 614 просмотров · 19 ч назад
Incredible Assam
91,3 тыс. подписчиков
4 614 просмотров · 19 ч назад
দুৰ্গা পূজা কৰা উচিত নে? ভাগৱতৰ পৰা জানক উত্তৰ। 🙏
দুৰ্গা পূজা কিয় কৰা হয়? দুৰ্গা পূজা কৰাটো উচিত নে? এই বিষয়টোৰ সৈতে জড়িত বহুতো প্ৰশ্নৰ উত্তৰ এই ভিডিঅ’টোত ভাগৱত ব্যাখ্যাৰ জৰিয়তে সহজভাৱে আলোচনা কৰা হৈছে।
এই গুৰুত্বপূৰ্ণ বিষয়টো মাধুৰ্য্য বৰা বাপৰ মুখেৰে শুনক আৰু শাস্ত্ৰীয় দৃষ্টিভংগীৰে বিষয়টো বুজিবলৈ চেষ্টা কৰক। 🙏
ভিডিঅ’টো ভাল লাগিলে Like 👍, Comment 💬 আৰু Share 📲 কৰক।
এনে ধৰ্মীয় আৰু আধ্যাত্মিক বিষয়ৰ ভিডিঅ’ পাবলৈ চেনেলটো Subscribe কৰি লগত Bell Icon 🔔 টোও অন কৰি ৰাখক।
#দুৰ্গাপূজা #দুৰ্গাপূজা2026 #DurgaPuja #DurgaPuja2026 #ভাগৱত #ভাগৱতব্যাখ্যা #মাধুৰ্য্যবৰা #শাস্ত্ৰৰকথা #সনাতনধর্ম #হিন্দুধর্ম #ধৰ্মীয়কথা #আধ্যাত্মিককথা #AssameseBhagawat #AssameseSpiritual #AssameseYouTube #Puja