Перейти к содержимому

Kunjalata By Akash Pritom || Mejangkori-5 || Nilakshi Neog || New Assamese Song 2022

Akash Pritom

0:00 / 0:00

Kunjalata By Akash Pritom || Mejangkori-5 || Nilakshi Neog || New Assamese Song 2022

2 024 845 просмотров · 4 года назад
Akash Pritom
236 тыс. подписчиков
2 024 845 просмотров · 4 года назад
LIKE ♫ SHARE ♫ COMMENT ♫ SUBSCRIBE 𝐒𝐨𝐧𝐠 𝐂𝐫𝐞𝐝𝐢𝐭𝐬: ♫ Song : KUNJALATA ♫ Album : MEJANGKORI | VOL 5 ♫ Singer : AKASH PRITOM ♫ Female Singer : NILAKSHI NEOG ♫ Music & Mix-Mastering : AKASH PRITOM ♫ Lyrics/ Tune -Akash Pritom,Raag parag,Sunit Gogoi ♫ Nepali lyrics/tune - Biju Bijoy chetri ♫ Nepali additional lyrics- Dil limbo ♫ Additional Lyrics :- Sourav Saikia , Khirod dutta, Dipu Dixit ♫ Cover Design & Lyrical video - Sameer sinmoy ♫ Photography- Mridu ♫ Special Thanks- Ailita kashyap, Jyotirmoy kakati , Abinash priyam , Dipu pratim ,Bimal barman ,Tushar gohain নেপালীঃ ঘিনটাং ঘিনটাং মাদল বাজাওচো এ কাঞ্চি নাচ্ছানা আয়েৰা , ঘিনটাং ঘিনটাং মাদল বাজাওচো এ কাঞ্চি কামাৰি ভাচ্চানা টিমৰা না মে’ৰ মায়া কাকোৰা এ কাঞ্চি ভায়েনা কায়লেনি টিমৰা না মে’ৰ মায়া কাকোৰা এ কাঞ্চি ভায়েনা ভায়েনা ভায়েনা ভায়েনা ভায়েনা কায়লেনি ল’ৰাঃ কুঞ্জলতা তোমাৰ নাম তুমি হ’লা তিনিচুকীয়াৰ ছোৱালী ৷ জানিব লাগিব ঘৰৰ কাম তেতিয়া হ’বা আমাৰ ঘৰৰ বোৱাৰী ৷ বহিবলৈ পীৰা পাৰি দিবা দেই খাবলৈ চিৰা খুন্দি দিবা দেই মৰমতে জান বুলি মাতিলে চেনেহতে চুমা অকণ দিবা দেই ৷ কিবা আছে নেকি পুৰণি কাহিনী বাটতে শুনিলো তুমি বোলে তুমি বোলে তুমি বোলে তুমি বোলে তুমি বোলে বহুতৰ তুমি বোলে বহুতৰ জান । ছোৱালীঃ শুৱালকুছি পৰা পাট কাপোৰ আনিবি তেতিয়া মৰম দিম তোক ৷ গগৈ দাৰ দোকানৰ খিলি পাণ খুৱাবি তেতিয়া হিয়া দিম তোক নতুন এখনি ঠাই ঘুৰাবি ফুৰাবি তেতিয়া মৰম দিম তোক ৷ ঘৰৰ সকলো কাম তয়ে কৰি দিবি তেতিয়াহে পাবি মোক ৷ ল’ৰাঃ লাহী পাহি এপাহি ফুল মইনা ৷ পূৰ্ণিমা হ’বানে মোৰ কইনা ৷ লাহী পাহি এপাহি ফুল মইনা পূৰ্ণিমা হ’বানে মোৰ কইনা ৷ মৰমতে সাতুৰিব পৰাকৈ শিৱসাগৰ পুখুৰীটো বুকুতলৈ ৷ আহিছো মই তোমাৰ আপোন হ’বলৈ ৷ পূৰ্ণিমা নেমেলিবা মন আনলৈ ৷ পিন্ধি মোৰ আঙুঠি আনৰ হ'বা নেকি বাটতে শুনিলো তুমি বোলে তুমি বোলে তুমি বোলে তুমি বোলে তুমি বোলে বহুতৰ তুমি বোলে বহুতৰ জান । ল’ৰাঃ জুকে খালে অ’ মাজনী পিকাই দিবি এৰিব ৷ ম’হে খালে অ’ মাজনী থপিয়াবি মৰিব ৷ বহিবলৈ পীৰা পাৰি দিবা দেই চাহৰ লগত চিৰা ভাজি দিবা দেই ৷ মৰমতে জান বুলি মাতিলে চেনেহতে চুমা অকণ দিবা দেই ৷ প্ৰেমৰে নিচাতে সুধিয়েই পেলালো তাই বোলে কোনো নাই ভালেই হ’ল মৰম লগা মৰম লগা মৰম লগা লখিমী এজনী বোৱাৰী এজনী পালো ৷