Перейти к содержимому

Assamese Tukarigeet | Chawolot Bhejal Shil guti | Zubeen Garg | Tukari Geet Bandhoi Vol ll2025

Kuldeep Official

0:00 / 0:00

Assamese Tukarigeet | Chawolot Bhejal Shil guti | Zubeen Garg | Tukari Geet Bandhoi Vol ll2025

274 678 просмотров · 2 года назад
Kuldeep Official
3,13 тыс. подписчиков
274 678 просмотров · 2 года назад
নমস্কাৰ পোন প্ৰথমে আপোনালোকক শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমীৰ হিয়া ভৰা সেৱা আৰু শুভেচ্ছা জনালোঁ । NK Production ৰ দ্বাৰা পৰিচালনা কৰা টোকাৰী গীতৰ এটি গীত যত আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াই কণ্ঠ নিগৰাইছে। সেই টোকাৰী গীতটো মই নতুনকৈ কভাৰ ভিডিও বনাবলৈ চেষ্টা কৰিছোঁ । গতিকে এই গীতটি ভিডিঅ বনাবলৈ যাওঁতে অনেক বাধা বিঘিনিৰ সন্মুখীন হৈ আজি আপোনালোকৰ মাজলৈ এৰি দিছোঁ । ভিদিঅ টিত যদি আমাৰ কিবা ভুল ভ্ৰান্তি হৈছে আমাক যেন আপোনালোকে নিজৰ ভাই ককাই বুলি ভাবি ভুল বোৰ আঙুলিয়াই দি আমাক আৰু এখোজ আগবাঢ়ি যাবলৈ উৎসাহ যোগাই যেন । cast - Kuldeep Kataky video editor - Prahlad Agarwala DOP - Kuldeep Kataky videography - Anupam borah spical thanks , Rantu Baruah , Amarjyoti Kataky , Koushik Baruah , Bhaijan Borah , Bablu Boruah , Koilyan Kakoti , Papu Borah , Aimoni nath , Leni Boruah, Bhanikon Boruah , Rina Boruah , Biki Bora , Lakyajyoti Borah , Manash Borah , Kartik Bayan , Ananta Das , Prahlad agarwala, etc Original Video song :-        • Assamese Devotional Hit Song | Chawolot Bh...   অনুগ্ৰহ কৰি আপোনালোকে আমাৰ এই ভিডিওটি মৰম দি আপোনালোকৰ বন্ধু বৰ্গলৈ Share কৰি দিব বুলি আশা কৰিলোঁ । আপোনালোকৰ মৰম বুকুত লৈ আৰু এখোজ আগবঢ়াৰ দিশেৰে 🙏 Assamese Devotional Hit Song | Chawolot Bhejal Shilguti | Zubeen Garg | Tukari Geet Bandhoi Vol ll Song Credits: ♫ Song : Chawolot Bhejal Shilguti ♫ Album : Tukari Geet Bandhoi Vol - ll ♫ Singer : Zubeen Garg, ♫ Music : Zubeen Garg ♫ Label : N.K. Production ♫ Category : Album ♫ Sub Category : Lokgeet / ♫ Langauge : Assamese