Перейти к содержимому

তুমি মোৰ জোনাকী নিশা ❤️ | Ranjit Demari | New Assamese Romantic AI Song 2026

Ranjit doimary

0:00 / 0:00

তুমি মোৰ জোনাকী নিশা ❤️ | Ranjit Demari | New Assamese Romantic AI Song 2026

160 просмотров · 6 дн. назад
Ranjit doimary
30 подписчиков
160 просмотров · 6 дн. назад
🎵 গানৰ নাম: তুমি মোৰ জোনাকী নিশা ❤️ 🌙 এটা নতুন অসমীয়া ৰোমান্টিক গান, মৰম আৰু অনুভূতিৰে ভৰা। এই গানটোৰ মূল ভাবনা, আইডিয়া, অনুভৱ আৰু সুৰৰ দিশ মোৰ নিজৰ। গানটোৰ কথা লিখাত ChatGPT-এ মোক সহায় কৰিছে। Google Gemini AI-ৰ সহায়ত গানটো প্ৰস্তুত কৰিছোঁ আৰু গানটোৰ সৃষ্টিশীল প্ৰক্ৰিয়াত মই নিজেও অংশ লৈছোঁ। 🎤 Credits: Main Creator & Concept: Ranjit Demari Song Idea & Emotions: Ranjit Demari Lyrics Assistance: ChatGPT AI Music Creation Assistance: Google Gemini AI Melody Direction / Tune Idea: Ranjit Demari Song: তুমি মোৰ জোনাকী Language: Assamese Genre: Romantic Song ❤️ গানটো শুনি কেনে লাগিল, কমেণ্ট কৰি জনাব। ভাল লাগিলে Like, Share আৰু Subscribe কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মৰম আৰু সহায়েই মোৰ আগবাঢ়ি যোৱাৰ প্ৰেৰণা। — Ranjit Demari 🎶নমস্কাৰ বন্ধু-বান্ধৱীসকল ❤️🙏 মই ৰঞ্জিত দৈমাৰী। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মোৰ নতুন অসমীয়া ৰোমান্টিক গান — “তুমি মোৰ জোনাকী নিশা”। এই গানটোৰ মূল আইডিয়া, অনুভৱ আৰু সুৰৰ ভাবনা মোৰ নিজৰ। গানটোৰ কথা লিখাত ChatGPT-ৰ সহায় লৈছোঁ আৰু Google Gemini AI-ৰ সহায়ত গানটো প্ৰস্তুত কৰিছোঁ। গানটো আপোনালোকে শুনি কেনে পালে, কমেণ্টত নিশ্চয় জনাব। আপোনালোকৰ মৰম আৰু সহায় মোৰ বাবে বহুত মূল্যৱান। ❤️ ধন্যবাদ। গানটো উপভোগ কৰক! 🎵 #TumiMurJonakiNisha #RanjitDemari #AssameseSong #AssameseRomanticSong #NewAssameseSong #AIMusic #GeminiAI #ChatGPT #OriginalSongIdea #AssameseMusic #RomanticSong #Assam