Перейти к содержимому

জিলাই জিলাই পৰিবহণ বিভাগত চলিছে ভয়ংকৰ দুৰ্নীতি

Pratidin Time

0:00 / 0:00

জিলাই জিলাই পৰিবহণ বিভাগত চলিছে ভয়ংকৰ দুৰ্নীতি

12 868 просмотров · 9 ч назад
Pratidin Time
2,67 млн подписчиков
12 868 просмотров · 9 ч назад
জিলাই জিলাই পৰিবহণ বিভাগত চলিছে ভয়ংকৰ দুৰ্নীতি। নিজকে DTO অফিচৰ একালৰ কুখ্যাত দালাল আখ্যা দি এই গুৰুতৰ অভিযোগ মৰিগাঁৱৰ এজন যুৱকৰ। পিছে দুৰ্নীতি ফাদিল কৰাৰ পিছত তদন্ত দিয়াৰ সলনি বিভাগীয় মন্ত্রী চৰণ বড়োৱে মানহানিৰ গোচৰহে ৰুজ কৰিছে। চৰণ বড়োৱে দুৰ্নীতিগ্ৰস্ত চক্ৰটোৰ পৰা মাহে ৫-৬ কোটি টকাকৈ লোৱাৰ অভিযোগ দালালৰূপী যুৱকজনৰ। #Pratidintime #jayantamallabaruah #morigaon