Ikigai কিতাপৰ বিষয়ে | বয়স বাঢ়িলেও কেনেকৈ নিজকে সুস্থ আৰু যুৱ ৰাখিবা? @lifeofgaurab
Gaurav Jyoti Vlogs
0:00 / 0:00
Ikigai কিতাপৰ বিষয়ে | বয়স বাঢ়িলেও কেনেকৈ নিজকে সুস্থ আৰু যুৱ ৰাখিবা? @lifeofgaurab
8 просмотров · 13 дней назад
Gaurav Jyoti Vlogs
14 подписчиков
8 просмотров · 13 дней назад
নমস্কাৰ সকলোকে! ❤️
আজিৰ ভিডিঅ'টোত মই Ikigai কিতাপখনৰ বিষয়ে অলপ অলপকৈ কথা পাতিছোঁ। এই কিতাপখনৰ পৰা জীৱনৰ উদ্দেশ্য, সুখী হৈ থকা, নিজৰ স্বাস্থ্য আৰু ছালৰ যত্ন লোৱা আৰু নিজকে কেনেকৈ সতেজ আৰু যুৱসুলভ অনুভৱ কৰি ৰাখিব পাৰি, সেই বিষয়ে আলোচনা কৰিছোঁ। 📖✨
মই নিজে এতিয়াও যুৱ হৈ আছোঁ ভাই 😂❤️ এই ভিডিঅ'টো আপোনালোকক কিতাপখনৰ বিষয়ে জনাবলৈ আৰু কিছুমান ভাল কথা শ্বেয়াৰ কৰিবলৈ।
ভিডিঅ'টো ভাল লাগিলে Like 👍 Comment 💬 আৰু Subscribe ❤️ কৰিবলৈ নাপাহৰিব।
Same Boy... Bigger Dreams 👑
#Ikigai #BookReview #AssameseVlog #SelfImprovement #Motivation #HealthyLifestyle #TheRoyLife #AssamVlogger #LifeLessons #PersonalGrowth #YouthfulLife