Перейти к содержимому

অতীত কিয় ইমান ভাল লাগে? আচলতে আমি কি মিছ কৰোঁ? I Kumud Das Video II

Kumud Das Official

0:00 / 0:00

অতীত কিয় ইমান ভাল লাগে? আচলতে আমি কি মিছ কৰোঁ? I Kumud Das Video II

3 316 просмотров · 1 месяц назад
Kumud Das Official
154 тыс. подписчиков
3 316 просмотров · 1 месяц назад
About the Video: অতীত কিয় ইমান ভাল লাগে? আচলতে আমি কি মিছ কৰোঁ? আগৰ দিনবোৰেই ভাল আছিল…” — এই কথাটো আমি প্ৰায় সকলোৱে কেতিয়াবা কৈছোঁ। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে, অতীত সঁচাকৈয়ে ইমান ভাল আছিল নে, নে আমাৰ মনটোৱে অতীতক বৰ্তমানতকৈ অলপ বেছি ধুনীয়া কৰি সজাই ৰাখে? এটা পুৰণি গান, এখন পুৰণি ফটো, স্কুলৰ দিন, চিনাকি এখন ৰাস্তা বা বহুদিন নেদেখা কোনোবা এজন—কিয় এই সৰু সৰু কথাবোৰে আমাক হঠাৎ বছৰ বছৰ পিছুৱাই লৈ যায়? এই ভিডিঅ’টোত আমি nostalgia, memory, emotion আৰু human psychology-ৰ দৃষ্টিৰে বুজিবলৈ চেষ্টা কৰিছোঁ—আমি আচলতে অতীতক কিয় মিছ কৰোঁ, আৰু কিয় কেতিয়াবা অতীতৰ মানুহজনকো বৰ্তমানতকৈ বেছি ভাল লাগে। আৰু হয়তো ভিডিঅ’টোৰ শেষত আপুনি এটা নতুন ধৰণে আজিৰ দিনটোলৈ চাব— কাৰণ আজি যিটো সাধাৰণ যেন লাগিছে, এদিন সেইটোৱেই আপোনাৰ “আগৰ দিন” হ’ব পাৰে। Disclaimer: এই ভিডিঅ’টো educational, informational আৰু motivational purpose-ৰ বাবে প্ৰস্তুত কৰা হৈছে। ইয়াত nostalgia, memory, emotion আৰু human behaviour সম্পৰ্কীয় বিষয়সমূহ সাধাৰণ psychological perspective-ৰ পৰা আলোচনা কৰা হৈছে। এই ভিডিঅ’টো কোনো ব্যক্তিৰ মানসিক স্বাস্থ্য, ব্যক্তিত্ব বা psychological condition-ৰ clinical diagnosis নহয় আৰু professional medical বা psychological advice-ৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব নালাগে। প্ৰতিজন ব্যক্তিৰ অভিজ্ঞতা, স্মৃতি আৰু অনুভৱ ভিন্ন হ’ব পাৰে। ভিডিঅ’ত উল্লেখ কৰা psychological observations সকলো ব্যক্তিৰ ক্ষেত্ৰত একে ধৰণে প্ৰযোজ্য নহ’বও পাৰে। যদি কোনো ব্যক্তিগত বা মানসিক সমস্যাই আপোনাৰ দৈনন্দিন জীৱনত গুৰুতৰ প্ৰভাৱ পেলাইছে, তেন্তে যোগ্য mental-health professional-ৰ পৰামৰ্শ লওক। Follow us on facebook & Instagram   / daskumud1   Our Other Popular Videos 1.    • ৭৫ বছৰ পূৰ্বৰ গুৱাহাটীখন কেনে আছিল? Guwaha...   (৭৫ বছৰ পুৰণি গুৱাহাটীখন কেনে আছিল?) 2.    • দুশ বছৰ পূৰ্বৰ অসম I Assam 200 Years Ago I...   ( দুশ বছৰ পূৰ্বৰ অসমখন কেনে আছিল?) 3.    • হিন্দু ধৰ্মৰ ইতিহাস কি? হিন্দু ধৰ্মৰ প্ৰৱৰ...   (হিন্দু ধৰ্মৰ ইতিহাস কি?) 4.    • পুৰণি গুৱাহাটী Part 2 I Old Guwahati 75 ye...   (১০০ বছৰ পূৰণি গুৱাহাটীখন কেনে আছিল?) 5.    • ৪০০ বছৰ পূৰ্বৰ অসমখন কেনে আছিল? Assam 400 ...   ( চাৰিশ বছৰ পূৰ্বৰ অসমখন কেনে আছিল?) #past #memories #assamese #kumuddas #nastalgia #lifelessons