মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
Pratidin Time
0:00 / 0:00
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
15 069 просмотров · 8 дней назад
Pratidin Time
2,66 млн подписчиков
15 069 просмотров · 8 дней назад
লোকপিয়লৰ নামত ৰাজ্যৰ বিদ্যালয়ত হাহাকাৰ পৰিৱেশ
শিক্ষকৰ অনুপস্থিতিত বহু বিদ্যালয়ত চূড়ান্ত অৰাজক পৰিস্থিতি
এজনো শিক্ষক নোহোৱা কৰি বিদ্যালয় শূন্য কৰি কিয় লোকপিয়লত শিক্ষক?
লোকপিয়লত বিদ্যালয়ৰ শিক্ষক অবহিনে বিকল্প উপায় একোৱেই নাই নেকি?
এতিয়া এমাহ আকৌ ফেব্রুৱাৰীত এমাহ, শিক্ষক শূন্য হ’ব বহু বিদ্যালয়
এনেকৈয়ে চৰকাৰী বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা বাহাল থাকিলে কি হ’ব ভৱিষ্যৎ?
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
#PratidinTime #Abhimat #assam #teachersoftiktok