Перейти к содержимому

ৰাজ্যৰ বিশিষ্ট কবি, গীতিকাৰ আনিছ উজ জামানৰ আজি পুৱতি নিশা দেহাৱসান ঘটে

Pratidin Time

0:00 / 0:00

ৰাজ্যৰ বিশিষ্ট কবি, গীতিকাৰ আনিছ উজ জামানৰ আজি পুৱতি নিশা দেহাৱসান ঘটে

1 356 просмотров · 23 часа назад
Pratidin Time
2,66 млн подписчиков
1 356 просмотров · 23 часа назад
ৰাজ্যৰ বিশিষ্ট কবি, গীতিকাৰ আনিছ উজ জামানৰ আজি পুৱতি নিশা দেহাৱসান ঘটে। মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় বিশিষ্ট কবিগৰাকীৰ। ১০খনৰো অধিক কাব্যগ্ৰন্থৰে অসমীয়া কবিতাৰ ভঁৰাল চহকী কৰি থৈ যোৱা আনিছ উজ জামানক ২০২৪ চনত অসম সাহিত্য সভাই জাতীয় কবি সন্মানেৰেও সন্মানিত কৰিছিল। #pratidintime #assamnews #assam