Перейти к содержимому

“পাণ্ডৱৰ পৰাজয়” || জনপ্ৰিয় পাঠক মহেশ ডেকাৰ কণ্ঠত সম্পূৰ্ণ নাগাৰা নাম || Mahesh Deka Nagara Naam

Uddipta Kumar Pathak

0:00 / 0:00

“পাণ্ডৱৰ পৰাজয়” || জনপ্ৰিয় পাঠক মহেশ ডেকাৰ কণ্ঠত সম্পূৰ্ণ নাগাৰা নাম || Mahesh Deka Nagara Naam

23 013 просмотров · 2 месяца назад
Uddipta Kumar Pathak
892 подписчика
23 013 просмотров · 2 месяца назад
“পাণ্ডৱৰ পৰাজয়” || জনপ্ৰিয় পাঠক মহেশ ডেকাৰ কণ্ঠত সম্পূৰ্ণ নাগাৰা নাম || Mahesh Deka Nagara Naam ✅ মহাভাৰতৰ এক গুৰুত্বপূৰ্ণ অধ্যায় "পাণ্ডৱৰ পৰাজয়"ৰ কাহিনী এই নাগাৰা নামত সুমধুৰভাৱে বৰ্ণনা কৰিছে জনপ্ৰিয় পাঠক মহেশ ডেকাই। কিয় পাণ্ডৱসকলে পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছিল, পাশা খেলৰ আঁৰত কি ষড়যন্ত্ৰ আছিল, আৰু তাৰ ফলত কেনেদৰে বনবাসলৈ যাবলগীয়া হৈছিল—এই সকলো কথা জানিবলৈ সম্পূৰ্ণ নাগাৰা নামটো শুনক। ✅ মহাভাৰত, কৃষ্ণ ভক্তি, নাগাৰা নাম আৰু আধ্যাত্মিক কাহিনীৰ অনুৰাগীসকলৰ বাবে এই ভিডিঅ'টো নিশ্চয় উপভোগ্য হ'ব। 👍 ভিডিঅ'টো ভাল লাগিলে Like, Comment, Share কৰিব 🔔 Channel টো Subscribe কৰি কাষৰ Bell Icon টো টিপি ৰাখিব। ✅ আমাৰ চেনেলৰ জৰিয়তে আপোনাৰ ভিডিঅ' প্ৰচাৰ কৰিব বিচাৰিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে 🙏 ✅ আমাৰ যোগাযোগ নম্বৰ :- 97072-34523 🙏🙏🙏 ধন্যবাদ 🙏🙏🙏 #MaheshDeka #PandavorPorajoy #NagaraNaam #AssameseNagaraNaam #Mahabharat #KrishnaKatha #AssameseBhakti #BhagavatKatha #AssameseCulture #ViralNagaraNaam #MahabharatStory #AssameseVideo #TrendingAssamese #DevotionalAssamese #NagaraNam