২০২৪ বৰ্ষৰ আজিৰ দিনটোতে ৰাজ্যবাসীলৈ আহিছিল এটা ইতিবাচক খবৰ।
Pratidin Time
0:00 / 0:00
২০২৪ বৰ্ষৰ আজিৰ দিনটোতে ৰাজ্যবাসীলৈ আহিছিল এটা ইতিবাচক খবৰ।
1 642 просмотра · 13 часов назад
Pratidin Time
2,67 млн подписчиков
1 642 просмотра · 13 часов назад
২০২৪ বৰ্ষৰ আজিৰ দিনটোতে ৰাজ্যবাসীলৈ আহিছিল এটা ইতিবাচক খবৰ। অসমীয়া ভাষাই লাভ কৰিছিল ধ্ৰুপদী ভাষাৰ মৰ্যাদা। আছুৰ উদ্যোগত বিশেষ অনুষ্ঠানৰ আয়োজন কৰি আলোচনা কৰা হয় অসমীয়া ভাষালৈ অহা সংকট আৰু দিবলগীয়া সংগ্ৰামৰ কথা। ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰান্তিৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াৰ অৱদানৰ বিষয়ত আলোচনা।
#PratidinTime #AssamNews #Aasu #assameselanguage