অমিতা গছত অষ্টোপ্ৰচাৰ ? মতা গছ মাইকী গছলৈ সলনি কৰাৰ কৌশল !
Agrivision with Dr. Dhiren
0:00 / 0:00
অমিতা গছত অষ্টোপ্ৰচাৰ ? মতা গছ মাইকী গছলৈ সলনি কৰাৰ কৌশল !
30 517 просмотров · 1 день назад
Agrivision with Dr. Dhiren
6,54 тыс. подписчиков
30 517 просмотров · 1 день назад
অমিতাৰ মতা গছ মাইকী গছলৈ সলনি কৰাৰ কৌশল | Papaya Male to Female Plant Management
আপোনাৰ বাৰীত থকা অমিতা গছজোপা মতা গছ নেকি? মতা অমিতা গছত ফল নধৰাৰ বাবে চিন্তিত নেকি? এই ভিডিঅ’টোত জানক অমিতা গছৰ মতা আৰু মাইকী ফুল চিনাক্ত কৰাৰ উপায়, মতা গছত মাইকী ফুল বা উভলিংগী ফুল অহাৰ সম্ভাৱনা, আৰু ফল উৎপাদনৰ বাবে গ্ৰহণ কৰিব পৰা ব্যৱস্থাসমূহ।
🌿 বৈজ্ঞানিক পদ্ধতিৰে অমিতাৰ ফল উৎপাদন বৃদ্ধি কৰাৰ কৌশল জানিবলৈ ভিডিঅ’টো শেষলৈকে চাওক।
📌 ভিডিঅ’টো ভাল লাগিলে Like, Share আৰু Subscribe কৰিবলৈ নাপাহৰিব |