Перейти к содержимому

Zubeen দালৈ মনত পৰে... || Zubeen Garg ৰ শিল্পী সত্ত্বাক আমি কি দৰে জীয়াই ৰাখিব লাগিব?

IndiaTodayNE Assam

0:00 / 0:00

Zubeen দালৈ মনত পৰে... || Zubeen Garg ৰ শিল্পী সত্ত্বাক আমি কি দৰে জীয়াই ৰাখিব লাগিব?

661 просмотр · 10 ч назад
IndiaTodayNE Assam
260 тыс. подписчиков
661 просмотр · 10 ч назад
জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি যোৱা ১বছৰ হ'ল। অসমীয়া সংস্কৃতিৰ জগতত তেওঁৰ অৱদান অতুলনীয়। জুবিন ক্ষেত্ৰত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে 'জুবিন দিৱস'। সেয়ে প্ৰাণৰ শিল্পীগৰাকীক আকৌ এবাৰ অনুভৱ কৰিবলৈ জুবিন ক্ষেত্ৰলৈ আহিছে অজস্ৰ অনুৰাগী। পিছে জুবিন গাৰ্গৰ শিল্পী সত্ত্বাক আমি কি দৰে জীয়াই ৰাখিব লাগিব? চৰকাৰে এই ক্ষেত্ৰত কি কি পদক্ষেপ ল'ব লাগে বুলি এজন অনুৰাগী হিচাপে আপুনি ভাৱে। জানো আহক জুবিন ক্ষেত্ৰত অনুৰাগীৰ মনৰ বতৰা। #justiceforzubeengarg #zubeendivas #zubeenkhetra #indiatodayneassam Subscribe to IndiaTodayNE for NEW VIDEOS EVERY DAY and be sure to enable Push Notifications so you never miss an update! All you have to do is PRESS THE BELL ICON next to the Subscribe button! IndiaTodayNE is Northeast India’s leading news channel, bringing you the latest news videos on Politics, Business, Sports, Culture, Lifestyle, Travel, Entertainment, and much more. Stay tuned for the latest updates and in-depth analysis of news from the Northeast and across India! / indiatodayne / indiatodayne / indiatodayne https://www.indiatodayne.in/