Перейти к содержимому

মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’ | Part 1 #PratidinTimeLIVE

Pratidin Time

0:00 / 0:00

মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’ | Part 1 #PratidinTimeLIVE

3 476 просмотров · Трансляция закончилась 2 дн. назад
Pratidin Time
2,67 млн подписчиков
3 476 просмотров · Трансляция закончилась 2 дн. назад
GLOFত আক্ৰান্ত ভূটান, পশ্চিম অসম অৰুণাচলত চিয়াং বান্ধৰ বিৰুদ্ধে উত্তাল এফালে জলবায়ু পৰিৱৰ্তন, আনফালে সভ্যতা ধ্বংস নেপালৰ নিচিনা ভূটানতো হ’ব নেকি? চিয়াঙত চৰকাৰে বিচাৰে ১১,০০০ মেগাৱাটৰ বান্ধ চৰকাৰৰ মতে চীনৰ বিৰুদ্ধে সেয়া ৰাষ্ট্ৰীয় সুৰক্ষা এফালে ৬০,০০০ মেগাৱাটৰ মেদগ বান্ধ আনফালে ভাৰতৰ ১১,০০০ মেগাৱাটৰ বলেং বান্ধ পূব হিমালয় আৰু উত্তৰ-পূব, এক নিমিলা অংক পূব হিমালয়ৰ লগত কিদৰে সহবাস কৰিব পাৰি? চীনৰ আগ্ৰাসী জলবিদ্যুৎ প্ৰকল্প আৰু আমি চিয়াং উপত্যকা জ্বলিছে, ৰাইজ ৰাজপথত বিবুধিত চৰকাৰ, বিজেপি আদি সকলো নাচোৰবান্ধা, বান্ধ নামানে পূব হিমালয়ত হিমবাহ গলিছে ৬৫% অধিক দ্রুতগতিত ২১০০ চনৰ ভিতৰত ৮০% হিমবাহ হ’ব নাইকিয়া পশ্চিম অসম আৰু উত্তৰ বংগ বাৰে বাৰে পৰিব সংকটত মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’ | Part 1 #PratidinTimeLIVE