Перейти к содержимому

মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 1 #pratidintimelive

Pratidin Time

0:00 / 0:00

মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 1 #pratidintimelive

119 789 просмотров · Трансляция закончилась 11 месяцев назад
Pratidin Time
2,66 млн подписчиков
119 789 просмотров · Трансляция закончилась 11 месяцев назад
সকলো জাতি-জনগোষ্ঠীৰ সমন্বয়ৰে বৰ অসমৰ সপোন আছিল জুবিনৰ প্রতিটো জনগোষ্ঠীয় ভাষাতেই গীত গাইছিল প্রাণৰ শিল্পীগৰাকীয়ে কি মিচিং, কি কাৰ্বি, কি তিৱা, কি ডিমাছা, কি বড়ো, কি আদিবাসী, কি চাওতালী... সকলো জনগোষ্ঠীয় ভাষাৰ গীততেই প্রাণ পাইছিল জুবিনৰ কণ্ঠই বিভিন্ন জনগোষ্ঠীৰ নতুন শিল্পীক মঞ্চ দিছিল জুবিন গাৰ্গে ৰাইজৰ আগত চিনাকি কৰাই দিছিল বহু ন-পুৰণি প্রতিভাক জুবিনৰ ইচ্ছা আছিল মৃত্যুৰ দিনা ‘পাঞ্চুনা’ গাব পাঞ্চুনা ৰাভাই মাজুলীত দুখ পোৱা ছোৱালীজনী কোন– ক’ব তৰুলতা কুটুমে জুবিনক সুঁৱৰি তৰুলতা কুটুম আৰু পাঞ্চুনা ৰাভা আজি একেলগে ৰাভা লোকসংগীতৰ প্রতি কিয় দুৰ্বলতা আছিল জুবিনৰ? মাজনিশা ষ্টুডিঅ’লৈ মাতি ঐনিতম গাবলৈ দিছিল তৰুলতাক মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 1 #pratidintimelive