Перейти к содержимому

ময়ূৰ বৰগোহাঁই সমষ্টিত থিয় হৈ ময়ূৰ বৰগোহাঁইক প্ৰত্যাহ্বান অখিল গগৈৰ

Pratidin Time

0:00 / 0:00

ময়ূৰ বৰগোহাঁই সমষ্টিত থিয় হৈ ময়ূৰ বৰগোহাঁইক প্ৰত্যাহ্বান অখিল গগৈৰ

18 035 просмотров · 1 день назад
Pratidin Time
2,66 млн подписчиков
18 035 просмотров · 1 день назад
ময়ূৰ বৰগোহাঁই সমষ্টিত থিয় হৈ ময়ূৰ বৰগোহাঁইক প্ৰত্যাহ্বান অখিল গগৈৰ। নাজিৰাত আজি বিশাল গণসমাৱেশ অনুষ্ঠিত কৰি বিধায়ক ময়ূৰ বৰগোহাঁই, ধৰ্মেশ্বৰ কোঁৱৰ আৰু মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে CBIৰ তদন্ত দাবী কৰিলে অখিল গগৈয়ে। লগতে নাজিৰাৰ প্ৰলয়পীড়িতক লৈ চৰকাৰক বান্ধি দিলে দুদিনৰ সময়সীমা। এই দুদিনৰ ভিতৰত যদি সমষ্টিটোত চৰকাৰৰ তৎকালীন সাহায্যৰ পৰা বঞ্চিত হাজাৰ হাজাৰ পৰিয়ালক সাহায্যৰ ধন নিদিয়ে, তেন্তে নাজিৰাত বহি আন্দোলন কৰিব অখিল গগৈয়ে। #pratidintime #assamnews #assam #akhilgogoi