KOTHA TU NASILE HRIDOY DIYAR / HP KISHOR / HP KISHOR MUSICAL / OFFICIAL SONG /LYRICAL VIDEO/ASSAMESE
HP KISHOR MUSICAL
0:00 / 0:00
KOTHA TU NASILE HRIDOY DIYAR / HP KISHOR / HP KISHOR MUSICAL / OFFICIAL SONG /LYRICAL VIDEO/ASSAMESE
3 859 просмотров · 2 недели назад
HP KISHOR MUSICAL
330 подписчиков
3 859 просмотров · 2 недели назад
Contact for Live Shows : 9678246767 / 8812924727
Audio Credits
Singer: HP KISHOR
Lyrics: Prasenjit Kalita
Editing :- Bidyut das
Composition: HP KISHOR, Prasenjit Kalita, Apurba As, Bibhu, Bhabajit,
Music: Dhruv Thakuria
Mix-master: Dhruv Thakuria
Special Thanks:- Dhruba Sarma, Apurba As, Jyotish Das,Rupam Mali,Jitu Das ,Dipjyoti Mali (Dipu), sanjib das, Rupam rupjyoti , Nayan Das ( Babu )
Song lyrics....
কোনে আল্পনা আঁকে বুকুতে আজি
কোনে ৰাখিছে সপোনৰে কাৰেং সাজি
কোনে আল্পনা আঁকে বুকুতে আজি
কোনে ৰাখিছে সপোনৰে কাৰেং সাজি
কথাটো নাছিলে হৃদয় দিয়াৰ
কথাটো নাছিলে হৃদয় লোৱাৰ
কথাটো নাছিলে হৃদয় দিয়াৰ
কথাটো নাছিলে হৃদয় লোৱাৰ
হৃদয় ভৰি বাগৰি পৰে
হৃদয় ভৰি বাগৰি পৰে...
মন উটনোৱা মন, মৰমৰে নৈ....
মন উটনোৱা মন, মৰমৰে নৈ
হৃদয় নদীত আজি থৌকি-বাথৌ
ভাৱনাতে কিহৰে ঢৌ....
উটলা উটলা ফাগুন যেন ঐ
ৰৈ যাব খোজে সময়ো ঐ
বিচাৰো তোমাকে প্ৰতিপলে ঐ
উটলা উটলা ফাগুন যেন ঐ
ৰৈ যাব খোজে সময়ো ঐ
বিচাৰো তোমাকে প্ৰতি পলে ঐ
কথাটো নাছিলে হৃদয় দিয়াৰ
কথাটো নাছিলে হৃদয় লোৱাৰ
কথাটো নাছিলে হৃদয় দিয়াৰ
কথাটো নাছিলে হৃদয় লোৱাৰ
হৃদয় ভৰি বাগৰি পৰে
হৃদয় ভৰি বাগৰি পৰে ।
#assamesesong
#newsong
#viralsong
#newtrandingsong
#assamese
#hpkishor
#hpkishormusical
#satapakhali
#asssamesestatus
#new
#viral
#hitsong
#lyricsvideo
#assmesevideo
#lyricsvideo
#viral
#tranding
#hitsong
#assamese
#assampeople
#songlover
#assampeoplerecomanted
#KOTHATUNASILEHRIDOYDIYAR