মংগল গ্ৰহত সন্ধান ওলাইছে পানীৰ বৃহৎ ভাণ্ডাৰ - বিজ্ঞানীসকল অবাক | NASA Found Liquid Water On Mars
ADC Knowledge Hub
0:00 / 0:00
মংগল গ্ৰহত সন্ধান ওলাইছে পানীৰ বৃহৎ ভাণ্ডাৰ - বিজ্ঞানীসকল অবাক | NASA Found Liquid Water On Mars
24 067 просмотров · 11 дней назад
ADC Knowledge Hub
79,6 тыс. подписчиков
24 067 просмотров · 11 дней назад
মংগল গ্ৰহত সন্ধান ওলাইছে পানীৰ বৃহৎ ভাণ্ডাৰ - বিজ্ঞানীসকল অবাক | NASA Found Liquid Water On Mars
আমি সকলোৱে জানো যে ব্ৰহ্মাণ্ডত বহুতো গ্ৰহ আছে। কিন্তু তাৰে ভিতৰত আটাইতকৈ ব্যতিক্ৰমী আৰু বিশেষ গ্ৰহ কোনটো জানেনে? হয় বন্ধুসকল ঠিকেই ধৰিছে, আমাৰ পৃথিৱীখন। জীৱৰ উপস্থিতিয়ে আমাৰ পৃথিৱীক আন সকলো গ্ৰহতকৈ পৃথক কৰি তোলে। আৰু এই জীৱৰ ভিত্তি কি বাৰু? পৃথিৱীত উপস্থিত অসীম জলভাণ্ডাৰ। ধৰি লওক হঠাতে আপুনি জানিব পাৰিলে যে আন এটা গ্ৰহতো পানী পোৱা গৈছে আৰু সেয়াও সৰু পৰিসৰত নহয়, তাত পানীৰ সাগৰ পোৱা গৈছে, তেন্তে আপুনি চিন্তাত পৰিব নহয় জানো? এইবোৰ কিন্তু মই এনেই কৈ থকা নাই, স্বয়ং নাছাৰ বিজ্ঞানীসকলে এই বিষয়ে জনাইছে। বন্ধুসকল কওকচোন মই কোনটো গ্ৰহৰ কথা কৈছোঁ? হয়, মই আচলতে মংগল গ্ৰহৰ কথাই কৈছো। এই কথা শুনাৰ পিছত আপোনাৰ মনত হয়তো বহুতো প্ৰশ্ন জাগিছে। আপুনি হয়তো ভাবিছে যে মঙ্গল গ্ৰহত থকা সাগৰ পৃথিৱীতৰ সাগৰৰ দৰে একেই নে? তাতেও জীৱৰ অস্তিত্ব আছেনেকি? নে তাত কথাবোৰ কিছু বেলেগ? এই প্ৰশ্নবোৰৰ উত্তৰ জানিবলৈ ভিডিঅ 'টো শেষলৈকে চাওক।
সতৰ্কবাণী: এই ভিডিঅ'টোৰ সমল (অডিঅ' বা ভিডিঅ') বিনানুমতিত আন কোনো ইউটিউব চেনেল, ফেচবুক পেজ বা আন ছচিয়েল মিডিয়া প্লেটফৰ্মত পুনৰ আপলোড কৰাটো কঠোৰভাৱে নিষিদ্ধ। তেনে কৰিলে কপিৰাইট আইনৰ অধীনত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অনুগ্ৰহ কৰি আমাৰ কষ্টক সন্মান কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক।
Disclaimer:
The content is created for educational, motivational, and entertainment purposes only.
Copyright Disclaimer under Section 107 of the Copyright Act 1976, allowance is made for "fair use" for purposes such as criticism, comment, news reporting, teaching, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational, or personal use tips the balance in favor of fair use.
#NASA #mars #planet #earth #solar #adcknowledgehub