ঢোলৰ চেও/হুঁচৰিত বজোৱা খৰা চেও/বিহু/ঢোল বাদন
Lohor-লহৰ
0:00 / 0:00
ঢোলৰ চেও/হুঁচৰিত বজোৱা খৰা চেও/বিহু/ঢোল বাদন
3 027 просмотров · 6 мес. назад
Lohor-লহৰ
63,8 тыс. подписчиков
3 027 просмотров · 6 мес. назад
নমস্কাৰ 🙏🏻
আজিৰ ভিডিঅ'ত এটি হুঁচৰিত বজোৱা খৰা চেও বজায় দেখুৱাবলৈ চেষ্টা কৰিছো। আশা কৰোঁ আপোনালোক উপকৃত হ'ব। ইয়াৰ বোল এনেধৰণৰ -
ঘেনঘেন দাওঁদাওঁ/ খিতিঘেন দাওঁদাওঁ/ খিতিঘেন দিঘেনাক, ঘেনঘেন দাওঁদাওঁ খিতিঘেন দাওঁদাওঁ খিতিঘেন দিঘেনাক ঘেন (২ বাৰ বজাব) তখ্ৰিখিত তাখ্ৰিখিত ঘেন/ ঘেনখিতি ঘেনদাওঁ দিঘেনিতি ঘেনদাওঁ দাওঁ তিঘেনিতি যেন দাওঁ (২ বাৰ বজাব) ঘেন দাওঁ খিত তাওঁ,
তিঘেন দাওঁ খিত তাওঁ, তিঘেনিতা খিতি ঘেনা ঘেন।