ভূপেনদাৰ এশ বছৰ || Hundred years of Bhupen Hazarika
Melo Museum
0:00 / 0:00
ভূপেনদাৰ এশ বছৰ || Hundred years of Bhupen Hazarika
383 просмотра · 2 недели назад
Melo Museum
16 подписчиков
383 просмотра · 2 недели назад
#Hundred_Years_of_BhupenHazarika
#ভূপেনদাৰ #১০০বছৰ
আলফুলীয়া মাতি নুশুনাকৈয়ে গুচি গ'ল...
তেওঁক আকাশী গংগা নালাগে
নালাগে স্বৰ্ণখচিত অলংকাৰ
নালাগে ভাত
লাগে মাথো
আপোনজনৰ এষাৰ মৰমৰ মাত
মৰমৰ পম বিচাৰি বিচাৰি
ভাগৰি পৰিছিল তেওঁ
গণিছিল মহাসাগৰৰ লহৰ
হেৰুৱাইছিল মহানগৰৰ বাট
তথাপি পোৱা নাছিল মৰমৰ মাত
বিশ্বৰ নাট ঘৰে ঘৰে
যাৰ কণ্ঠত
হাজাৰজন শ্ৰোতাৰ
হাঁহি বিৰিঙিছিল
আঁতৰিছিল হাজাৰজনৰ দোষ-ভোক
কিন্তু নিজৰেই আছিল এচলু শোক
জীৱন ইমান নিষ্ঠুৰ
সদায় হাজাৰজনৰ
মৰম-আদৰ পোৱা মানুহজনৰো
আছিল দোষ যন্ত্ৰণা
নিগৰিছিল অশ্ৰু
আপোনজনৰ পৰা বিচাৰিছিল
এষাৰ আলফুলীয়া মাত
কিন্তু
পাতলিল জানো এই অশ্ৰু
বিদায় পৰত?
এই ছবিখনত থকা অসমীয়া কবিতাটি তলত দিয়া হ’ল:
আলফুলীয়া মাতি নুশুৱাকৈয়ে গুচি গ'ল...
তেওঁক আকাশী গংগা নালাগে
নালাগে স্বৰ্ণখচিত অলংকাৰ
নালাগে ভাত
লাগে মাথো
আপোনজনৰ এষাৰ মৰমৰ মাত
মৰমৰ পম বিচাৰি বিচাৰি
ভাগৰি পৰিছিল তেওঁ
গণিছিল মহাসাগৰৰ লহৰ
হেৰুৱাইছিল মহানগৰৰ বাট
তথাপি পোৱা নাছিল মৰমৰ মাত
বিশ্বৰ নাট ঘৰে ঘৰে
যাৰ কণ্ঠত
হাজাৰজন শ্ৰোতাৰ
হাঁহি বিৰিঙিছিল
আঁতৰিছিল হাজাৰজনৰ দোষ-ভোক
কিন্তু নিজৰেই আছিল এচলু শোক
জীৱন ইমান নিষ্ঠুৰ
সদায় হাজাৰজনৰ
মৰম-আদৰ পোৱা মানুহজনৰো
আছিল দোষ যন্ত্ৰণা
নিগৰিছিল অশ্ৰু
আপোনজনৰ পৰা বিচাৰিছিল
এষাৰ আলফুলীয়া মাত
কিন্তু
পাতলিল জানো এই অশ্ৰু
বিদায় পৰত?
©Kushal Khanikar