Перейти к содержимому

২৫ প্লেটৰ বিশাল অৰ্ডাৰ 😱 Chicken Pulao আৰু Matar Paneer 😍 Huge Order Cooking in Assamese Style 🔥

Sangita'r Pakghor

0:00 / 0:00

২৫ প্লেটৰ বিশাল অৰ্ডাৰ 😱 Chicken Pulao আৰু Matar Paneer 😍 Huge Order Cooking in Assamese Style 🔥

123 просмотра · 6 дн. назад
Sangita'r Pakghor
892 подписчика
123 просмотра · 6 дн. назад
😍 25 প্লেট চিকেন পোলাও আৰু মটৰ পনীৰৰ ডাঙৰ অৰ্ডাৰ 🔥 | Huge Quantity Chicken Pulao & Matar Paneer | Assamese Style Recipe 😋❤️ নমস্কাৰ 🙏❤️ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ YouTube Channel Sangita'r Pakghar লৈ। আজিৰ ভিডিঅ'টো অলপ বিশেষ কাৰণ আজি মই আপোনালোকক দেখুৱাম ২৫ প্লেটৰ এটা ডাঙৰ অৰ্ডাৰ। 😍🔥 এই অৰ্ডাৰৰ বাবে বনাইছোঁ অতি সুস্বাদু আৰু সুগন্ধি Chicken Pulao 🍗🍚 আৰু Tasty Matar Paneer 🫛🧀। ইমান পৰিমাণৰ খাদ্য কেনেকৈ পৰিষ্কাৰ-পৰিচ্ছন্নভাৱে, সুন্দৰকৈ আৰু কম সময়ৰ ভিতৰত প্ৰস্তুত কৰিছোঁ, সেই সকলোবোৰ ভিডিঅ'টোত দেখিবলৈ পাব। ঘৰুৱা মছলা আৰু বিশেষ ৰন্ধন প্ৰণালীৰে বনোৱা এই Chicken Pulao আৰু Matar Paneer আপোনালোকৰ নিশ্চয় ভাল লাগিব। 😋 ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকৰ মতামত Comment কৰি জনাব। ❤️ 🙏 আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে: 👍 Like কৰিব 💬 Comment কৰি জনাব ↗️ Friends & Family ৰ সৈতে Share কৰিব 🔔 Sangita'r Pakghar Channelটো Subscribe কৰি Bell Icon টো Press কৰিব। ❤️ Stay Connected With Sangita'r Pakghar ❤️ ━━━━━━━━━━━━━━━━━━ 🍗 Chicken Pulao Recipe 🫛 Matar Paneer Recipe 🍽️ 25 Plates Food Order 🔥 Huge Quantity Cooking 😋 Assamese Style Cooking #ChickenPulao #MatarPaneer #ChickenPulaoRecipe #MatarPaneerRecipe #25PlatesOrder #HugeQuantityCooking #FoodOrder #AssameseRecipe #AssameseFood #AssameseCooking #IndianFood #PartyOrder #BulkCooking #SangitarPakghar