নন্দী কোন ?# Nandi kun ?# shiv bhakt nandi #mahadev bahan nandi #Nirumoni Devi
Nirumoni
0:00 / 0:00
নন্দী কোন ?# Nandi kun ?# shiv bhakt nandi #mahadev bahan nandi #Nirumoni Devi
105 просмотров · 4 дня назад
Nirumoni
61 подписчик
105 просмотров · 4 дня назад
কলিৰ প্ৰধান বৈশিষ্ট্য হ'ল --- ধৰ্মত অনাস্থা আৰু ঈশ্বৰত অবিশ্বাস । কিন্তু নতুন প্ৰজন্মক আমি চকুৰ আগতেই এইদৰে নাস্তিক হ'বলৈ এৰি দিব নোৱাৰোঁ । আমি কৰ্ম বাদ মানো ।কৰ্ম আৰু কৰ্মফল সূৰ্য্য অৰু সূৰ্য্যৰ কিৰণ বা তাপৰ দৰে ।মানুহে যি কৰ্ম কৰে তাকেই ফল পায় ।সেয়ে ল'ৰা ছোৱালীক আধ্যাত্মিক জগতখনলৈ লৈ যোৱাৰ এইয়া প্ৰয়াস মাত্ৰ ।
কাহিনীটো সকলোৰে সুবিধাৰ বাবে অতি সৰল ভাষাৰে চুটিকৈ বৰ্ণনা কৰা হৈছে। যাতে আজিৰ ব্যস্ত সমাজে ব্যস্ততাৰ মাজতো কম সময়তে শুনিবলৈ , বুজিবলৈ , কাকো আমনি নকৰাকৈ ভগৱানৰ অস্তিত্ব, ভগৱানৰ মহিমা, ভগৱানৰ লীলাৰ বিষয়ে জানিব পাৰে । হৃদয়ত ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰি সৎ পথেৰে জীৱনৰ বাট বোলে ।
ভিডিঅ'টো শুনি ভাল পালে Like, share আৰু subscribe কৰিব নাপাহৰিব।