Перейти к содержимому

অমৃতপ্ৰভা মহন্তৰ কোনো ভুলেই নাছিল : অধিবক্তা আনন্দ ভূঞা

All Information

0:00 / 0:00

অমৃতপ্ৰভা মহন্তৰ কোনো ভুলেই নাছিল : অধিবক্তা আনন্দ ভূঞা

221 просмотр · 1 день назад
All Information
7,52 тыс. подписчиков
221 просмотр · 1 день назад
অমৃতপ্ৰভা মহন্তৰ কোনো ভুলেই নাছিল নিৰ্দোষী ছোৱালীজনী ১ বছৰ ৫ মাহ জেলত থাকিল। অমৃতপ্ৰভাৰ জামিনৰ পিছতে প্ৰথম প্ৰতিক্ৰিয়া অধিবক্তা আনন্দ ভূঞাৰ । অমৃতপ্ৰভা এগৰাকী গায়িকা আৰু নাচনী আছিল তাই প্ৰগ্ৰেম কৰিবলৈহে গৈছিল। অমৃতপ্ৰভাৰ জামিনৰ পিছতে প্ৰথম প্ৰতিক্ৰিয়া অধিবক্তা আনন্দ ভূঞাৰ । অমৃতপ্ৰভাক দিয়া ৰায় সকলোৱে পঢ়িব পাৰিব অনলাইনত। #JusticeForZubeenGarg #AmeetPrabhaMahanta Assam #AssamesePeople #Advocate #Information #AllInformation