Перейти к содержимому

Divine Feminine | পৃথিৱীৰ সকলো প্ৰাচীন সভ্যতাই সৰ্বপ্ৰথমে কিয় মাতৃকেই ভগৱান হিচাপে পূজা কৰিছিল?

Namami Production

0:00 / 0:00

Divine Feminine | পৃথিৱীৰ সকলো প্ৰাচীন সভ্যতাই সৰ্বপ্ৰথমে কিয় মাতৃকেই ভগৱান হিচাপে পূজা কৰিছিল?

1 497 просмотров · 3 дня назад
Namami Production
43,2 тыс. подписчиков
1 497 просмотров · 3 дня назад
ইজিপ্তত Isis, গ্ৰীচত Athena, মেছ'পটেমিয়াত Inanna, চীনত Kuan Yin, আৰু ভাৰতত মা দুৰ্গা, কালী, কামাখ্যা - সকলো সভ্যতাত নাৰী শক্তিক দেৱত্বৰ স্থান দিয়া হৈছিল? Namami Productionৰ এই বিশেষ ডকুমেণ্টাৰীত আমি অনুসন্ধান কৰিছোঁ The Divine Feminine-ৰ ইতিহাস, Anthropology, Sanatan Dharma, Kamakhya Temple, Mother Earth, Carl Jung-ৰ Psychology আৰু Shakti Philosophy-ৰ গভীৰ ৰহস্য। এই ভিডিঅ'টোত আপুনি জানিব: দেৱী পূজাৰ ৩০,০০০ বছৰ পুৰণি ইতিহাস। Venus Figurines আৰু Mother Goddess Cult। শক্তি দৰ্শন: "Shiva without Shakti is incomplete." মা কামাখ্যা আৰু অম্বুবাচী মেলাৰ আধ্যাত্মিক অৰ্থ। Divine Feminine-ৰ মনোবৈজ্ঞানিক ব্যাখ্যা (Carl Jung's Mother Archetype). এইটো কেৱল ধৰ্মীয় ভিডিঅ' নহয়; ইতিহাস, বিজ্ঞান, মনোবিজ্ঞান আৰু আধ্যাত্মিকতাৰ এক গৱেষণাভিত্তিক Assamese Documentary। ❤️ যদি ভিডিঅ'টো ভাল লাগে: 👍 Like কৰক। 💬 Comment কৰি জনাওক - আপোনাৰ জীৱনত কোনগৰাকী নাৰীয়ে আপোনাক আটাইতকৈ বেছি অনুপ্ৰেৰণা দিয়ে? 📤 Share কৰক যাতে নাৰী শক্তি আৰু ভাৰতীয় আধ্যাত্মিকতাৰ এই গভীৰ বাৰ্তা অধিক মানুহৰ ওচৰলৈ যায়। Subscribe Namami Production - Assamese Research-Based Documentary | Sanatan Dharma | History | Spirituality | Assam Culture | Mythology জয় আই অসম। হৰ হৰ মহাদেৱ। জয় মা কামাখ্যা। #