Перейти к содержимому

চিজেপিলৈ অনুপম খেৰৰ চৰম খং! | বিৰোধীৰ প্ৰতিবাদৰ নাটক ফাদিল? | Anupam Kher vs CJP | RR

Real Reaction

0:00 / 0:00

চিজেপিলৈ অনুপম খেৰৰ চৰম খং! | বিৰোধীৰ প্ৰতিবাদৰ নাটক ফাদিল? | Anupam Kher vs CJP | RR

2 426 просмотров · 5 часов назад
Real Reaction
62,7 тыс. подписчиков
2 426 просмотров · 5 часов назад
চিজেপিলৈ অনুপম খেৰৰ চৰম খং! | বিৰোধীৰ প্ৰতিবাদৰ নাটক ফাদিল? | Anupam Kher vs CJP | RR নমস্কাৰ দৰ্শকসকল, 'Real Reaction' চেনেললৈ আদৰণি জনাইছো। মই ৰাতুল দাস শৰণীয়া। আজিৰ ভিডিঅ’টোত মই বৰ্তমান দেশৰ অত্যন্ত চৰ্চিত বিষয়— চিজেপি (CJP) আৰু বিৰোধী দলসমূহৰ প্ৰতিবাদী পৰিৱেশক লৈ জনপ্ৰিয় অভিনেতা অনুপম খেৰ ডাঙৰীয়াৰ বিস্ফোৰক প্ৰতিক্ৰিয়াৰ এক চুটি ৰাজনৈতিক বিশ্লেষণ আগবঢ়াইছো। নিৰ্বাচনত হাৰি এতিয়া কোনো তথ্য-প্ৰমাণ নোহোৱাকৈয়ে কেৱল ৰাজনৈতিক মুনাফাৰ বাবে সাংবিধানিক পদত থকা ব্যক্তিৰ পদত্যাগ দাবী কৰাটো কিমান যুক্তিসংগত? কিয় ক্ষুব্ধ হৈ পৰিল অনুপম খেৰ? সমগ্ৰ বিষয়টো জানিবলৈ ভিডিঅ’টো শেষলৈকে চাওক আৰু আপোনাৰ মূল্যৱান মতামত কমেন্টত জনাওক! 🌐 Website: www.realreactionrds.in 📘 Facebook: facebook.com/realreactionrds 📧 Email: rsarania10@gmail.com #RealReaction #AnupamKher #AssamPolitics #CJPExposed #RatulDasSarania #OppositionAgenda #CJI #PoliticalAnalysis