Finally i watched the doramon😭) Doramon Sai dilu😘
Vlogger Dwipp
0:00 / 0:00
Finally i watched the doramon😭) Doramon Sai dilu😘
35 просмотров · 10 дней назад
Vlogger Dwipp
197 подписчиков
35 просмотров · 10 дней назад
নমস্কাৰ সকলোকে 🙏❤️
আজি বহুদিনৰ মূৰত আকৌ এবাৰ মোৰ প্ৰিয় Doraemon চাই দিলোঁ 😭💙। সৰুতে Doraemon চাই কটোৱা সেই দিনবোৰৰ কথা আকৌ মনত পৰি গ'ল। 🥹✨
এই সৰু মুহূৰ্তটো আপোনালোকৰ লগতো share কৰিব বিচাৰিলোঁ। আশা কৰোঁ vlogটো আপোনালোকৰ ভাল লাগিব। ❤️
ভিডিঅ'টো ভাল লাগিলে Like 👍, Comment 💬 আৰু Subscribe 🔔 কৰিবলৈ নাপাহৰিব।
Thank you so much for watching ❤️🥹
#AssameseVlog #Doraemon #MiniVlog #AssameseYouTuber #Vlog #Nostalgia #DoraemonLove