বিপ্ৰ দামোদৰ আখ্যান।। ভাওনা প্ৰদৰ্শন।। স্থান - দৈকলঈীয়া গাঁও বৰ নামঘৰ,শিবসাগৰ।। দিনাংক - ০৬/০৯/২০২৬
Abhinav Gogoi
0:00 / 0:00
বিপ্ৰ দামোদৰ আখ্যান।। ভাওনা প্ৰদৰ্শন।। স্থান - দৈকলঈীয়া গাঁও বৰ নামঘৰ,শিবসাগৰ।। দিনাংক - ০৬/০৯/২০২৬
4 531 просмотр · 8 дней назад
Abhinav Gogoi
192 подписчика
4 531 просмотр · 8 дней назад
ভাওনা প্ৰদৰ্শন ।। নাট - বিপ্ৰ দামোদৰ আখ্যান।।
📌 যোৱাকালি, ৬ ছেপ্টেম্বৰ ২০২৬ (দেওবাৰ) তাৰিখে দৈকেলঈীয়া গাঁও বৰনামঘৰ উন্নয়ন সমিতিৰ উদ্যোগত আৰু স্থানীয় যুৱক-বৃন্দৰ সহযোগত “বিপ্ৰ দামোদৰ আখ্যান” ভাওনা প্ৰদৰ্শন।।
📌 ভাওনা ভাঙি আগবঢ়োৱাই - শ্ৰীযুত অনিল গুপ্তা আৰু পৰিয়ালবৰ্গ। 🙏
📌 ভক্তি, আধ্যাত্মিকতা আৰু অসমীয়া সংস্কৃতিৰ সমন্বয়ে অনুষ্ঠিত এই ভাওনা প্ৰদৰ্শনে উপস্থিত ভক্তপ্ৰাণ ৰাইজক এক সুন্দৰ সাংস্কৃতিক অনুভৱ প্ৰদান কৰে। আমাৰ চহকী ভাওনা পৰম্পৰা আৰু ঐতিহ্যক জীয়াই ৰখাৰ এই প্ৰয়াস সঁচাকৈয়ে প্ৰশংসনীয়। ❤️🎭
📌 সম্পূৰ্ণ ভাওনা খন উপভোগ কৰক মোৰ ইউটিউব চেনেলত।।
📌 Like 👍 | Comment 💬 | Share ↗️ | Subscribe 🔔 কৰিবলৈ নাপাহৰিব।
🙏 সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আন্তৰিক ধন্যবাদ।
জয় আই অসম | হৰি বোল 🙏
#বিপ্ৰদামোদৰআখ্যান #ভাওনা #অসমীয়াভাওনা #দৈকেলঈীয়া #বৰনামঘৰ #অসমীয়াসংস্কৃতি #Bhaona #AssameseCulture #SPD #abhinavgogoi #CulturalProgram #Sivasagar #AssamCulture