Assamese Community Pays Tribute to Zubeen Garg in Shillong I শ্বিলঙত জুবিন গাৰ্গক স্মৰণ
DD News Assamese
0:00 / 0:00
Assamese Community Pays Tribute to Zubeen Garg in Shillong I শ্বিলঙত জুবিন গাৰ্গক স্মৰণ
447 просмотров · 12 часов назад
DD News Assamese
533 тыс. подписчиков
447 просмотров · 12 часов назад
📌শ্বিলঙত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ৷
📌শনিবাৰে শ্বিলঙৰ Lumshatsngi (বিষ্ণুপুৰ)স্থিত দেৱ কুমাৰ দাস স্মৃতি ভৱনত জুবিন গাৰ্গৰ সোঁৱৰণত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়৷
📌অনুষ্ঠানত 'মায়াবিনী'ৰে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে দিহানামৰো আয়োজন কৰা হয়৷
📌অনুষ্ঠানত বিশিষ্ট লেখক তথা সমাজকৰ্মী পেট্ৰিচিয়া মুখিম, উত্তৰ-পূবৰ যশস্বী সংগীতশিল্পী লু-মাজাওৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
#ZubeenGarg #Zubeen #zubeendaa #zubeengargmusic #ZG #heartthrob #singer #BelovedZubeen #assamesesinger #LegendarySinger #legend #Shillong #ddnewsassam #ddnewsassamese