কাইলৈ দিছপুৰ কঁপাবলৈ সাজু ৰাইজৰ দল
Pratidin Time
0:00 / 0:00
কাইলৈ দিছপুৰ কঁপাবলৈ সাজু ৰাইজৰ দল
4 654 просмотра · 1 день назад
Pratidin Time
2,66 млн подписчиков
4 654 просмотра · 1 день назад
কাইলৈ দিছপুৰ কঁপাবলৈ সাজু ৰাইজৰ দল। হাজাৰ হাজাৰ বানাক্ৰান্তক লৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অগ্ৰসৰ। পিছে আজি উজনি অসমৰ পৰা গুৱাহাটীলৈ অহা প্ৰতিবাদকাৰীক শিৱসাগৰৰ ৰে’ল ষ্টেচনতে বাধা দিয়ে আৰক্ষীয়ে। ইয়াকে লৈ ক্ষোভিত হৈ পৰে বানাক্ৰান্তৰ লগতে ৰাইজৰ দল আৰু ভাতৃ সংগঠন। অৱশ্যে আবেলিলৈ গুৱাহাটী যাত্ৰাত আৰক্ষীয়ে দিয়া বাধা শিথিল কৰে প্ৰশাসনে।
#pratidintime #sivsagar #assam