Kaushik Bharadwaj ৰ সৈতে কিছু বাৰ্তালাপ | Chupa Chupi, প্ৰেম, ৰাজনীতি, UCC আৰু বহুতো!
Namami Production
0:00 / 0:00
Kaushik Bharadwaj ৰ সৈতে কিছু বাৰ্তালাপ | Chupa Chupi, প্ৰেম, ৰাজনীতি, UCC আৰু বহুতো!
3 531 просмотр · 2 месяца назад
Namami Production
39,9 тыс. подписчиков
3 531 просмотр · 2 месяца назад
🎙️ এই বিশেষ Podcast Episode-ত Host Dikshita Bora-ৰ সৈতে অতিথি হিচাপে উপস্থিত আছে অসমৰ জনপ্ৰিয় অভিনেতা, শিল্পী আৰু বিনোদন জগতৰ পৰিচিত মুখ Kaushik Bharadwaj।
আড্ডাত আমি কথা পাতিছোঁ তেওঁৰ বহু প্ৰতীক্ষিত ছবি “Chhupa Chhupi” (মুক্তি: ১২ জুন) সম্পৰ্কে, ছবিখনত তেওঁৰ চৰিত্ৰ “Deepak” আৰু বাস্তৱ জীৱনৰ Kaushik-ৰ সৈতে Deepak-ৰ মিল-অমিলৰ বিষয়ে।
ইয়াৰ উপৰিও আলোচনা হৈছে Kamal Lochan, Ragini Kaushik ৰ নতুন চৰিত্ৰসমূহৰ আগমনৰ কথা, লগতে উৰ্মিলা বৌ আৰু তিনি অধম-ৰ জীৱনত এইবাৰ কি নতুন পৰিৱৰ্তন আহিব সেই বিষয়েও।
কেৱল মনোৰঞ্জনেই নহয়, এই Podcast-ত UCC, সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি, যুৱ সমাজৰ চিন্তা-ধাৰা, প্ৰেম, সম্পৰ্ক, কেৰিয়াৰ আৰু জীৱনৰ বিভিন্ন দিশ সম্পৰ্কেও Kaushik-এ খোলাখুলিভাৱে নিজৰ মতামত আগবঢ়াইছে।
যদি আপুনি চিনেমা, ৰাজনীতি, জীৱন, প্ৰেম আৰু অনুপ্ৰেৰণামূলক আলোচনা ভাল পায়, তেন্তে এই Episode আপোনাৰ বাবে।
📌 Videoটো ভাল লাগিলে Like, Comment, Share কৰিবলৈ আৰু Channelটো Subscribe কৰিবলৈ নাপাহৰিব।
#KaushikBharadwaj #ChhupaChhupi #DikshitaBoraPodcast #AssamesePodcast #AssamCinema #Entertainment #YouthTalk #UCC #AssameseActor #podcastbrasil