জীৱনৰ দুখ কষ্ট দূৰ কৰাৰ প্ৰকৃত পথ কি? | ভাগৱত ব্যাখ্যা | প্ৰাণজিৎ গগৈ বাপ | Bhagwat
Incredible Assam
0:00 / 0:00
জীৱনৰ দুখ কষ্ট দূৰ কৰাৰ প্ৰকৃত পথ কি? | ভাগৱত ব্যাখ্যা | প্ৰাণজিৎ গগৈ বাপ | Bhagwat
4 112 просмотров · 8 дней назад
Incredible Assam
92,4 тыс. подписчиков
4 112 просмотров · 8 дней назад
জীৱনৰ দুখ-কষ্ট দূৰ কৰাৰ প্ৰকৃত পথ কি? | ভাগৱত ব্যাখ্যা: প্ৰাণজিৎ গগৈ বাপ
জীৱনত দুখ-কষ্ট, মানসিক অশান্তি আৰু নানা সমস্যাৰ সন্মুখীন হ’লে আমি কেনেকৈ মন শান্ত ৰাখিব পাৰোঁ? জীৱনৰ দুখ-কষ্টৰ মাজতো কেনেকৈ ভগৱানৰ প্ৰতি বিশ্বাস ৰাখি আগবাঢ়িব পাৰি?
এই ভিডিঅ’টোত প্ৰাণজিৎ গগৈ বাপৰ মুখেৰে শুনক জীৱনৰ দুখ-কষ্ট, মনৰ শান্তি আৰু ভগৱানৰ প্ৰতি ভক্তিৰ বিষয়ে গুৰুত্বপূৰ্ণ আধ্যাত্মিক কথা। 🙏
🙏 হৰিনাম লওক, ভগৱানক স্মৰণ কৰক আৰু জীৱনত শান্তি বিচাৰি আগবাঢ়ক।
#মনৰদুখ #দুখকষ্ট #ভাগৱতব্যাখ্যা #প্ৰাণজিৎগগৈ #ভাগৱত #শ্ৰীকৃষ্ণ #কৃষ্ণবাণী #জীৱনৰকথা #মনশান্তি #আধ্যাত্মিককথা #অসমীয়াভাগৱত #অসমীয়াভক্তি #Bhagwat #BhagwatKatha #PranjitGogoi #KrishnaVani #AssameseBhakti #AssameseYouTube #SanatanDharma