Beginner ৰ বাবে ৫খন Best English Book | Book Recommendation in Assamese | Read Watch Roam
Read Watch Roam
0:00 / 0:00
Beginner ৰ বাবে ৫খন Best English Book | Book Recommendation in Assamese | Read Watch Roam
155 просмотров · 2 недели назад
Read Watch Roam
28 подписчиков
155 просмотров · 2 недели назад
ইংৰাজী কিতাপ পঢ়িবলৈ আৰম্ভ কৰিব বিচাৰিছে, কিন্তু ক’ৰ পৰা আৰম্ভ কৰিব সেইটো ভাবি আছে নেকি? 📚
এই ভিডিঅ’টো বিশেষকৈ English Book পঢ়িবলৈ নতুনকৈ আৰম্ভ কৰা পাঠকসকলৰ বাবে। ইয়াত মই এনে ৫খন কিতাপৰ কথা কৈছোঁ, যিবোৰৰ ভাষা তুলনামূলকভাৱে সহজ, কাহিনী আকৰ্ষণীয় আৰু পঢ়ি থাকোঁতে ইংৰাজী পঢ়াৰ প্ৰতি আত্মবিশ্বাসো বৃদ্ধি পাব পাৰে।
প্ৰতিখন কিতাপৰ বিষয়ে চমুকৈ ক’ম—কিয় পঢ়িব, কিহৰ বাবে ভাল আৰু কোন ধৰণৰ পাঠকৰ বাবে উপযোগী।
আপোনাৰ English Reading Journey আৰম্ভ কৰিবলৈ এই ৫খনৰ ভিতৰত কোনখন প্ৰথমে বাছি ল’ব?
ভিডিঅ’টো শেষলৈকে চাওক। ❤️📖
আপুনি যদি কিতাপ ভাল পায়, তেন্তে Read Watch Roam- চেনেলটো Subscribe কৰি থ'ব।
আপোনাৰ প্ৰিয় English Bookখন Commentত জনাব। 👇
Chapters:
00:00 INTRO
01:01 BOOK 1
02:00 BOOK 2
03:33 BOOK 3
04:44 BOOK 4
06:06 BOOK 5
07:11 YOUR PICKS & SUGGESTIONS
#EnglishBooks #BookRecommendation #AssameseBookReview #EnglishReading #BooksForBeginners #ReadWatchRoam #BookLovers #Easybooks