Перейти к содержимому

পুত্ৰক বুকুত সাৱটি এদিন গুৱাহাটীলৈ আহিছিল হেলেনা ভৰালী নামৰ মানুহ গৰাকী

Pratidin Time

0:00 / 0:00

পুত্ৰক বুকুত সাৱটি এদিন গুৱাহাটীলৈ আহিছিল হেলেনা ভৰালী নামৰ মানুহ গৰাকী

21 142 просмотра · 15 ч назад
Pratidin Time
2,67 млн подписчиков
21 142 просмотра · 15 ч назад
পুত্ৰক বুকুত সাৱটি এদিন গুৱাহাটীলৈ আহিছিল হেলেনা ভৰালী নামৰ মানুহ গৰাকী। বৰপেটাৰ প্ৰতিষ্ঠিত ব্যক্তি তথা ব্যৱসায়ী বিলাস ভৰালীৰ মৰমৰ কন্যা হেলেনাৰ সপোন আছিল পিতৃৰ দৰেই। আৰু সেই সপোনৰ পাছে পাছে গৈ লাহে লাহে সফল হৈছিল হেলেনা ভৰালী। প্ৰথমে হোষ্টেলৰ ব্যৱসায়, তাৰ পাছত হোটেল ব্যৱসায় আৰু লগতে আন আন কেবাটাও ব্যৱসায়িক ক্ষেত্রত নিজকে সফল হিচাপে প্ৰতিষ্ঠিত কৰি নাৰী সবলীকৰণৰ এক নিদৰ্শনেই দাঙি ধৰিছিল হেলেনা ভৰালীয়ে। কিন্তু আজি নাই সেইগৰাকী হেলেনা ভৰালী।