জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা ন্যায়িক আয়োগৰ আগতো সাক্ষ্য দিলে পৰীক্ষিত শৰ্মাই
Pratidin Time
0:00 / 0:00
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা ন্যায়িক আয়োগৰ আগতো সাক্ষ্য দিলে পৰীক্ষিত শৰ্মাই
19 886 просмотров · 3 недели назад
Pratidin Time
2,67 млн подписчиков
19 886 просмотров · 3 недели назад
দুদিন ধৰি আদালতত সাক্ষ্য দিলে ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে য়ট পাৰ্টীত উপস্থিত থকা প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মাই। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা ন্যায়িক আয়োগৰ আগতো সাক্ষ্য দিলে পৰীক্ষিত শৰ্মাই। অৱশ্যে ১৯ ছেপ্টেম্বৰত প্ৰকৃততে জুবিন গাৰ্গৰ সৈতে কি ঘটিছিল সেই কথা কোৱাৰ পৰা বিৰত থাকে প্ৰৱাসী অসমীয়াগৰাকী।
#PratidinTime #zubeengarg #justiceforzubeengarg