Перейти к содержимому

চাকৰিৰ সন্ধানত ঘৰৰ পৰা পলায়ন কৰা যুৱতীক উদ্ধাৰ বেংগালুৰুত

NKTV PLUS

0:00 / 0:00

চাকৰিৰ সন্ধানত ঘৰৰ পৰা পলায়ন কৰা যুৱতীক উদ্ধাৰ বেংগালুৰুত

1 431 просмотр · 10 ч назад
NKTV PLUS
833 тыс. подписчиков
1 431 просмотр · 10 ч назад
▶️ চাকৰিৰ সন্ধানত ঘৰৰ পৰা পলায়ন কৰা যুৱতীক উদ্ধাৰ বেংগালুৰুত। মহাবিদ্যালয়লৈ আহি বেংগালুৰুলৈ পলায়ন কৰিছিল শুৱালকুছিৰ যুৱতীগৰাকীয়ে। বেংগালুৰুত যুৱতীগৰাকীক চাকৰি দিয়াৰ ফোনতে প্ৰলোভন দিছিল এজন লোকে। কিন্তু বেংগালুৰুত কোনো কৰ্ম সংস্থাপন লাভ নকৰি অৱশেষত পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিল যুৱতীগৰাকীয়ে।