Перейти к содержимому

মই বাচি গ'লো, কিন্তু জংকী আৰু জয়ন্ত পাত্ৰ শেষ হৈ গ'ল...

PRATHAM KHABAR 24x7

0:00 / 0:00

মই বাচি গ'লো, কিন্তু জংকী আৰু জয়ন্ত পাত্ৰ শেষ হৈ গ'ল...

13 516 просмотров · 16 ч назад
PRATHAM KHABAR 24x7
70,5 тыс. подписчиков
13 516 просмотров · 16 ч назад
-২০০১ চনৰ কথা... ঢেঁকীয়াজুলীত অনুষ্ঠান শেষ কৰি চতিয়ালৈ গৈ আছিলোঁ আমাৰ অনুষ্ঠানৰ বাবে। দুপৰীয়া আমি ওলাই গৈছিলোঁ, আমাৰ আগে-আগে গৈছিল ট্ৰেভেলাৰখন। মিছন চাৰিআলিত ট্ৰেভেলাৰখন ৰৈ আছিল গীটাৰিষ্ট শান্তনু বৰুৱাৰ বাবে, আৰু ঠিক তেতিয়াই জুবিন গৈ ট্ৰেভেলাৰখনত উঠিছিল। আৰু মই পুনৰ ঘূৰি আহি গাড়ীত বহিছিলো। বালিপৰাত সংঘটিত হৈছিল সেই ঘটনাটো। গাড়ীৰ পিছফালে মই বহি আছিলোঁ, মই বাচি গ'লো। কিন্তু জংকী আৰু জয়ন্ত পাত্ৰ শেষ হৈ গ'ল। এয়া ৰবছন বৰুৱাৰ সোঁৱৰণী। য'ত সুৱঁৰিবলৈ আছে মাথোঁ হেৰুওৱাৰ হুমুনিয়াহ... #PrathamKhabar24x7 #robsonbaruah #ZubeenGarg #tribute #assam Subscribe to our channel for the latest news updates: https://shorturl.at/LGGcu Follow us on Facebook: @prathamkhabar24x7 Follow us on Instagram: @prathamkhabartv Follow us on Twitter: @khabar_pratham Our Website: https://prathamkhabartv.com #prathamkhabar24x7 #prathamkhabartv #prathamkhabarnews #prathamkhabarbreaking #prathamkhabar