Перейти к содержимому

মা-দেউতাৰ চকুত সুখৰ চকুপানী আনিব বিচাৰেনে? ❤️🥹 | Assamese Motivational | Sagarika MindShift

SagarikaMindShift

0:00 / 0:00

মা-দেউতাৰ চকুত সুখৰ চকুপানী আনিব বিচাৰেনে? ❤️🥹 | Assamese Motivational | Sagarika MindShift

16 просмотров · 11 дн. назад
SagarikaMindShift
19 подписчиков
16 просмотров · 11 дн. назад
❤️ মা-দেউতাৰ চকুত সুখৰ চকুপানী আনিব বিচাৰেনে? 🥹 | Assamese Motivational | Sagarika MindShift নমস্কাৰ বন্ধুসকল! 🙏 Sagarika MindShift YouTube Channel লৈ আপোনালোকক স্বাগতম। ❤️ এই ভিডিঅ’টোত মই আপোনালোকৰ সৈতে মা-দেউতাৰ মৰম, ত্যাগ, সপোন আৰু জীৱনত সফল হোৱাৰ প্ৰকৃত অৰ্থৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিছোঁ। মা-দেউতাই আমাৰ সুখৰ বাবে নিজৰ বহুতো ইচ্ছা ত্যাগ কৰে। সেয়েহে আমি নিজৰ সপোন পূৰণ কৰাৰ লগতে তেওঁলোকক সন্মান আৰু মৰম দিবলৈও নাপাহৰোঁ। জীৱনত সফল হ’বলৈ পৰিশ্ৰম কৰক, নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু পৰিয়ালৰ মূল্য বুজিবলৈ শিকক। 🌟 ভিডিঅ’টো ভাল লাগিলে: 👍 Like কৰিব। 💬 আপোনাৰ মনৰ কথা Comment কৰিব। 📲 বন্ধু-বান্ধৱীৰ সৈতে Share কৰিব। 🔔 নতুন নতুন অসমীয়া Motivational Video চাবলৈ Sagarika MindShift YouTube Channel-টো Subscribe কৰিব। 💬 প্ৰশ্ন: আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সপোনটো কি? কমেণ্টত জনাব। আকৌ লগ পাম মই সাগৰিকা বৰুৱা, আন এটা নতুন ভিডিঅ’ৰ সৈতে। ধন্যবাদ। 🙏❤️ #SagarikaMindShift #AssameseMotivation #MotivationalPodcast #AssameseStory #LifeLessons #ParentsLove #AssameseMotivationalStory #SelfGrowth