Перейти к содержимому

দেৱী দুৰ্গাৰ আটাইতকৈ শক্তিশালী মন্ত্ৰ, Most Powerful Durga Mantra 108 times

Bhakti Pradweep (ভক্তি প্ৰদ্বীপ )

0:00 / 0:00

দেৱী দুৰ্গাৰ আটাইতকৈ শক্তিশালী মন্ত্ৰ, Most Powerful Durga Mantra 108 times

174 просмотра · 5 дней назад
Bhakti Pradweep (ভক্তি প্ৰদ্বীপ )
255 подписчиков
174 просмотра · 5 дней назад
দেৱী দুৰ্গাৰ আটাইতকৈ শক্তিশালী মন্ত্ৰ | জীৱনৰ সকলো বাধা দূৰ কৰিব এইটো মন্ত্ৰই | ভিডিঅ'টোত দেৱী দুৰ্গাৰ আটাইতকৈ শক্তিশালী মূল বীজ মন্ত্ৰ (নৱাৰ্ণ মন্ত্ৰ) 'ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे' ৰ গভীৰ ৰহস্য আৰু প্ৰতিটো শব্দৰ অৰ্থ সহজ ভাষাত বুজাই দিয়া হৈছে। তাৎপৰ্য: এই মন্ত্ৰটোৱে মহাকালী, মহালক্ষ্মী আৰু মহাসৰস্বতী—এই তিনি মহাশক্তিক একেলগে জাগ্ৰত কৰে। ই সকলো ধৰণৰ নেতিবাচক শক্তি, ভয় আৰু বাধা-বিপত্তি দূৰ কৰি জীৱনলৈ পোহৰ আৰু সফলতা কঢ়িয়াই আনে।