Перейти к содержимому

মধুসোলেং শাকৰ সৈতে ৰৌ মাছৰ টেঙা জোল (Rohu Fish Curry with Madhusoleng Leaves)

nath foodie

0:00 / 0:00

মধুসোলেং শাকৰ সৈতে ৰৌ মাছৰ টেঙা জোল (Rohu Fish Curry with Madhusoleng Leaves)

381 просмотр · 3 дня назад
nath foodie
45 подписчиков
381 просмотр · 3 дня назад
মধুসোলেং শাকৰ সৈতে ৰৌ মাছৰ টেঙা জোল (Rohu Fish Curry with Madhusoleng Leaves) এবিধ অতি সুস্বাদু আৰু পাৰম্পৰিক অসমীয়া থলুৱা খাদ্য। মধুসোলেং শাকৰ প্ৰাকৃতিক টেঙা সোৱাদে গৰমৰ দিনত ৰৌ মাছৰ জোলখন অধিক তৃপ্তিদায়ক কৰি তোলে। #FishCurry with Madhusoleng Leaves #fishcurry #nathfoodie