Перейти к содержимому

ঠিকাদাৰৰ ডাম্পিং গ্ৰাউণ্ডত পৰিণত হৈছে ডিমৌৰ ৰাইচাই গ্ৰাম্য প্ৰকল্প

NKTV PLUS

0:00 / 0:00

ঠিকাদাৰৰ ডাম্পিং গ্ৰাউণ্ডত পৰিণত হৈছে ডিমৌৰ ৰাইচাই গ্ৰাম্য প্ৰকল্প

412 просмотров · 21 ч назад
NKTV PLUS
831 тыс. подписчиков
412 просмотров · 21 ч назад
▶️ ঠিকাদাৰৰ ডাম্পিং গ্ৰাউণ্ডত পৰিণত হৈছে ডিমৌৰ ৰাইচাই গ্ৰাম্য প্ৰকল্প ▶️ ক্ৰীড়া প্ৰকল্পটোত একাংশ ঠিকাদাৰে মজুত কৰিছে বালি, ছেণ্ড গ্ৰেভেল ▶️ দেশৰ ভিতৰতে বৃহৎ এই ক্ৰীড়া প্ৰকল্পটো ঠিকাদাৰে ব্যৱহাৰ কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ▶️ ক্ৰীড়া প্ৰকল্পটোতে দৈনিক অনুশীলন কৰে খেলুৱৈ আৰু শিশুসকলে ▶️ কেইবাকোটি টকাৰে আন্তঃগাঠনিৰ কাম কৰা প্ৰকল্পটো আজিও ভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত