Перейти к содержимому

কদো বৰল ! বিষাক্ত কিন্তু উপকাৰী

Agrivision with Dr. Dhiren

0:00 / 0:00

কদো বৰল ! বিষাক্ত কিন্তু উপকাৰী

19 613 просмотров · 1 мес. назад
Agrivision with Dr. Dhiren
7,01 тыс. подписчиков
19 613 просмотров · 1 мес. назад
🌿 কদো বৰলৰ উপকাৰীতা 🐝 আপুনি জানেনে, কদো বৰল কেৱল এবিধ দংশনকাৰী পতংগ নহয়—কৃষিক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ উপকাৰী পতংগ । 🌱 এই ভিডিঅ'টোত কদো বৰলৰ— 🔹 ক্ষতিকাৰক পোক-পতংগ নিয়ন্ত্ৰণত ভূমিকা 🔹 পৰাগযোগত অৱদান 🔹 কৃষিক্ষেত্ৰত উপকাৰিতা 🔹 প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত ভূমিকা আদি বিষয়ৰ বিষয়ে সহজভাৱে আলোচনা কৰা হৈছে। 👉 কৃষক, কৃষি শিক্ষাৰ্থী আৰু প্ৰকৃতিপ্ৰেমীসকলৰ বাবে ভিডিঅ'টো উপযোগী হ'ব। ভিডিঅ'টো চাওক, জানক আৰু উপকাৰী পতংগ সংৰক্ষণৰ প্ৰতি সচেতন হওক। 🌾🐝 #agriculture #horticulture #viralvideo #vlog #ecofriendly #biocontrol