Перейти к содержимому

বিধৱা বাবেই বিয়া ঘৰৰ পৰা বাহিৰ কৰি দিছিল পংখীক

NKTV PLUS

0:00 / 0:00

বিধৱা বাবেই বিয়া ঘৰৰ পৰা বাহিৰ কৰি দিছিল পংখীক

564 368 просмотров · 2 года назад
NKTV PLUS
830 тыс. подписчиков
564 368 просмотров · 2 года назад
▶️ স্বামীক হেৰুৱাই সমাজৰ এলাগী হোৱা এগৰাকী ইউটিউবাৰ বিধৱা হোৱাৰ বাবেই বিয়া ঘৰৰ পৰা বাহিৰ কৰি দিছিল পংখীক পংখী কাষেৰে গ'লেও অমংগলীয়া বুলি থুই পেলাইছিল একাংশই মানসিক যন্ত্ৰণাৰে জৰ্জৰিত পংখীয়ে ল'ব খুজিছিল চৰম সিদ্ধান্ত প্ৰতিদিনেই ককৰ্থনা শুনি ভাগৰি পৰিছিল ইউটিউবাৰ পংখী বগা সাজযোৰ এৰি ৰঙীন পৃথিৱীখনত নতুনকৈ খোজ পংখীৰ পুত্ৰ সন্তানক লগত লৈ সাহসেৰে জীৱন সংগ্ৰাম চলাইছে পংখীয়ে অকলশৰীয়া পংখীৰ সুবিধা ল'ব খুজিছিল মৃত স্বামীৰ বন্ধুয়ে আজিৰ অনুষ্ঠানত সুখ্যাতিৰ সৈতে ঝিমি পংখী বৰদলৈ