✨ কাপোৰত Golden Outline কেনেকৈ ব্যৱহাৰ কৰিব? ✨
Rupam Design 💌 Mekhela Sador 💖
0:00 / 0:00
✨ কাপোৰত Golden Outline কেনেকৈ ব্যৱহাৰ কৰিব? ✨
1 721 просмотр · 3 недели назад
Rupam Design 💌 Mekhela Sador 💖
1,35 тыс. подписчиков
1 721 просмотр · 3 недели назад
✨ কাপোৰত Golden Outline কেনেকৈ ব্যৱহাৰ কৰিব? ✨
এই ভিডিঅ'টোত মই দেখুৱাইছোঁ কাপোৰৰ Floral Design-ত Golden Outline কেনেকৈ ব্যৱহাৰ কৰিলে ডিজাইনটো আৰু বেছি ধুনীয়া আৰু Attractive হৈ পৰে। 💛🎨
যিসকলে Fabric Painting, কাপোৰৰ Design, Handmade Art আৰু নতুন নতুন Creative Design ভাল পায়, তেওঁলোকৰ বাবে এই Tutorialটো বিশেষকৈ উপযোগী। ❤️
ভিডিঅ'টো শেষলৈকে চাওক আৰু Golden Outline ব্যৱহাৰ কৰাৰ সহজ Techniqueটো শিকি লওক। ✨
👍 Like কৰক
💬 Comment কৰি আপোনাৰ মতামত জনাওক
🔄 Share কৰক
❤️ আৰু এনেধৰণৰ Design Tutorialৰ বাবে Channelটো Subscribe কৰক।
Commentত জনাওক—এই Golden Outline Effectটো আপোনাৰ কেনেকুৱা লাগিল? 😍👇
#FabricPainting #GoldenOutline #FabricDesign #AssameseArtist #HandmadeDesign #DIY #ArtTutorial #FabricPaintingTutorial