আজি বৰশিত মাৰিলোঁ বিশাল মাছ! 😱🎣 | চাহিল ভাই কি কলে? ❤️ | Fishing Vlog Assam ||
Zahiir ZUBEENIAN
0:00 / 0:00
আজি বৰশিত মাৰিলোঁ বিশাল মাছ! 😱🎣 | চাহিল ভাই কি কলে? ❤️ | Fishing Vlog Assam ||
253 просмотра · 2 недели назад
Zahiir ZUBEENIAN
184 подписчика
253 просмотра · 2 недели назад
আজি বৰশিত মাছ ধৰিবলৈ গৈছিলোঁ আৰু শেষত পালোঁ এটা বিশাল মাছ! 😱🎣
চাহিল ভাইৰ লগত এই fishing vlog-টো একেবাৰে মজাৰ হৈ পৰিল।
মাছ ধৰাৰ পৰা আৰম্ভ কৰি শেষলৈকে কি কি হ’ল, সেই সকলোবোৰ ভিডিঅ’টোত দেখিবলৈ পাব। ❤️
ভিডিঅ’টো ভাল লাগিলে Like 👍
Comment কৰি জনাব আপোনালোকৰ কিমান ডাঙৰ মাছ ধৰাৰ experience আছে! 🎣
আৰু এনেধৰণৰ Assamese Vlog চাবলৈ Channelটো Subscribe কৰি থাকিব। ❤️
Thanks for watching! 🙏
#FishingVlog #AssamFishing #AssameseVlog #Fishing #FishCatching #FishingInAssam #AssamVlog #Assam #VillageVlog #DailyVlog #FishingVideo #AssameseYouTuber #ZahiirZUBEENIAN