Fee Waiver Apply Samarth Portal | Full Process 2026 | UG & PG students | NE24ASSAMESE
NE24 Assamese
0:00 / 0:00
Fee Waiver Apply Samarth Portal | Full Process 2026 | UG & PG students | NE24ASSAMESE
4 166 просмотров · 3 нед. назад
NE24 Assamese
77 подписчиков
4 166 просмотров · 3 нед. назад
অসমৰ UG আৰু PG Students সকলৰ বাবে গুৰুত্বপূৰ্ণ Update! 📢
এই Videoটোত Assam Samarth Portal-ৰ জৰিয়তে 2026 বৰ্ষৰ 100% Fee Waiver-ৰ বাবে কেনেকৈ Apply কৰিব পাৰিব, সেই বিষয়ে Step-by-Step সম্পূৰ্ণ প্ৰক্ৰিয়া দেখুওৱা হৈছে।
📌 এই Videoত জানিব পাৰিব:
✅ Assam Samarth Portal কেনেকৈ Open কৰিব
✅ 100% Fee Waiver-ৰ বাবে Apply কৰাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া
✅ UG আৰু PG Students-ৰ বাবে গুৰুত্বপূৰ্ণ তথ্য
✅ Application কৰাৰ সময়ত কি কি কথা মনত ৰাখিব লাগিব
🎓 অসমৰ ছাত্ৰ-ছাত্ৰীসকলে Videoটো শেষলৈকে চাওক আৰু Apply কৰাৰ আগতে Official Portal-ত Eligibility, Guidelines আৰু Last Date নিশ্চিত কৰি লওক |
#AssamSamarthPortal #FeeWaiver2026 #AssamFeeWaiver #SamarthPortal #AssamStudents #UGStudents #PGStudents #AssamEducation #HigherEducationAssam #AssameseEducation #FeeWaiverApply #NE24Assamese