Перейти к содержимому

Nodi Noholu Moi. নদী ও নহলো মই। এটা হৃদয় চুইযোৱা AI গীত। ❤️❤️🥲🥲

puja'sAi

0:00 / 0:00

Nodi Noholu Moi. নদী ও নহলো মই। এটা হৃদয় চুইযোৱা AI গীত। ❤️❤️🥲🥲

304 просмотра · 4 мес. назад
puja'sAi
140 подписчиков
304 просмотра · 4 мес. назад
এটা নতুন অসমীয়া AI গান 2026 নদীও নহ’লো মই... যাবলৈ সাগৰৰ বুকুলৈ একা-বেকা বাটেৰে গৈ গভীৰতাৰ উমান পাবলৈ কেনে আছা মোৰ মৰম? খবৰ পঠাবা দেই আজি আছো বহু দূৰত পাহৰি নাযাবা দেই। মন যায় পখিলাটি হৈ গুচি যাম দিগন্তলৈ পৰি ৰম তোমাৰ কাষত মই তোমাৰ খবৰ পাবলৈ, কেনে আছা মোৰ মৰম? খবৰ পঠাবা দেই আজি আছো বহু দূৰত পাহৰি নাযাবা দেই। বহুদিন হ’ল তোমাক নেদেখা, আষা কৰো ভালে আছা নাযানো কি আছে লিখনি তুমিও চাগে টুকিছা চকুৰ পানী, কেনে আছা মোৰ মৰম? খবৰ পঠাবা দেই আজি আছো বহু দূৰত পাহৰি নাযাবা দেই। ) এই গানটোৰ কথা মই লিখিছোঁ আৰু কণ্ঠ + music দিছে Gemini ❤️ AI ৰ কণ্ঠটো কেনে লাগিল comment ত জনাবা। ভাল লাগিলে Share কৰিবা। Pratham Prem x Lajore [AI Cover] | Puja'sAi | Assamese AI Song 2026 🎵 Song Credits:Google Gemini Lyrics: Puaj Nath Vocal & Music: Generated by Gemini Video Edit: Puja Nath The vocals and music in this video are AI-generated using Gemini The lyrics are original and written by me (Puja Nath) 🎧 গানৰ কথা | Lyrics:Puja Nath 📱 Follow Me: Instagram: @ID puja_nath_hatimuria Facebook: Puja Nath Hatimuria …..…................................ #nodi Noholu moi #tumi mur Purnimar jun #lajore uroni #Pratham prem #AssameseSong #Gemini #AIMusic #AssameseAISong #NewSong2026 #Puja nath #অসমীয়াগান #newsoftheday #aimusic #gemini #lovesong #romanticsomgs #entertainment